Category: Kuxumbor Putra Lyrics
-
Kuxumbor Putra Lyrics | Bhupen Hazarika
Song: Kuxumbor Putra (কুসুম্বৰ পুত্ৰ) Singer: Bhupen Hazarika Kuxumbor Putra Lyrics Kuxumbor Putra Lyrics:— কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে ধৰিছিল নামৰে তান, নামৰে সুৰতে আনন্দত নাচিছিল পৱিত্ৰ বৰদোৱা থান, মোৰ গুৰু ঐ, পৱিত্ৰ বৰদোৱা থান। অশেষ যাতনা ভুঞ্জিলা, শ্ৰীশঙ্কৰ ধৰমৰ নামতে তুমি সকলো দুখলৈ পিঠি দিলা গুৰু ধন্য অসম ভূমি, মোৰ গুৰু ঐ, ধন্য অসম ভূমি। নামঘৰ সাজিলা,…