Category: Loi Ahisu Camera Lyrics

  • Loi Ahisu Camera Lyrics By Simanta Shekhar

    Song: Loi Ahisu Camera (লৈ আহিছো কেমেৰা) Singer: Simanta Shekhar Loi Ahisu Camera Lyrics Loi Ahisu Camera Lyrics:— চম্পাফুলে শুৱাবনে তগৰ ফুলে শুৱাব নাহৰৰে কলিটিয়ে তোমাৰে মন জুৰাব চম্পাফুলে শুৱাবনে তগৰ ফুলে শুৱাব নাহৰৰে কলিটিয়ে তোমাৰে মন জুৰাব চোৱা ভনী চকুৰে, মাতা ভনী মুখেৰে চোৱা ভনী চকুৰে, মাতা ভনী মুখেৰে কালৈনো চিন্তা কৰিছা তোমাৰ কোমল অন্তৰে কালৈনো…