Category: Mora Aauxir Rati Lyrics
-
Mora Aauxir Rati Lyrics By Upen Kakati
Song: Mora Aauxir Rati (মৰা আঁউসীৰ ৰাতি) Singer: Upen Kakati Mora Aauxir Rati Lyrics Mora Aauxir Rati Lyrics:— মৰা আঁউসীৰ ৰাতি ফেঁচাই কুৰুলিয়াই ঘৰ জেউতিৰ হাঁহি নুমাই মৰহি যায় । আল্লাক সাৰথি কৰাহে বান্ধ আল্লাক সাৰথি কৰাহে বান্ধ দেহৰে ভৰসা নাই মোৰ আল্লা জীৱৰে তৰণী নাই মোৰ আল্লা দেহৰে ভৰসা নাই । দুনীয়া এদিনৰ, দুনীয়া দুদিনৰ দুনীয়া…