Category: Mur Mon Bonote Lyrics

  • Mur Mon Bonote Lyrics By Jyoti Prasad Agarwala

    Song: Mur Mon Bonote (মোৰ মন বনতে) Singer: Jyoti Prasad Agarwala Mur Mon Bonote Lyrics Mur Mon Bonote Lyrics:— মোৰ মন বনতে তই কি বাঁহী বজালি অ’ সুন্দৰ– সুন্দৰ সখা মোৰ চিৰসুন্দৰ ৷ নিশা চন্দ্ৰাৱলী তাতে তাৰে দীপিকাৱলী পাতি দিলি নিশাৰ এন্ধাৰ তই হাঁহিতে উজলালি আনি দিলি পুৱতীৰ অৰুণাৱলী সুৰৰে কোঠালি মোৰ ৰ’দালিৰে কৰি সোণোৱালী অন্তৰ ভৰি…