Category: Mur Xomadhit Lyrics
-
Mur Xomadhit Lyrics By Charu Gohain
Song: Mur Xomadhit (মোৰ সমাধিত) Singer: Charu Gohain Mur Xomadhit Lyrics Mur Xomadhit Lyrics:— মোৰ সমাধিত ফুলি ৰ’বা তুমি বনৰীয়া ফুল হৈ জীৱনৰ য’ত আধা কোৱা কথা জীৱনৰ য’ত আধা কোৱা কথা সুবাসৰে যাবা কৈ, সুবাসৰে যাবা কৈ বনৰীয়া ফুল হৈ । বনপখীয়েও উলাহেৰে গাব আমাৰ মিলন গীতি বনপখীয়েও উলাহেৰে গাব আমাৰ মিলন গীতি আমাক জগাই উজাগৰে…