Category: Norokonkalor Nrittyo Lyrics
-
Norokonkalor Nrittyo Lyrics By Jyoti Prasad Agarwala
Song: Norokonkalor Nrittyo (নৰকঙ্কালৰ নৃত্য) Singer: Jyoti Prasad Agarwala Norokonkalor Nrittyo Lyrics Norokonkalor Nrittyo Lyrics:— নৰকঙ্কালৰ নৃত্য দেখিলি কোনে ? ত্ৰাসত নাথাক মনে মনে ৷ ভয়ঙ্কৰী ছন্দ জাগি উল্কাবেগে যায় আকাশে বতাহে পৃথিৱীয়ে প্ৰলয়ঙ্কৰী জুই জ্বলায় ৷ সেই অগনিয়ে লোহাৰ মানুহ সোণৰ কৰি যাব ভ্ৰান্তৰ দলে মানৱ প্ৰাণৰ মহাজীৱনৰ, মহা সৌন্দৰ্য্যৰ সত্য বিচাৰি পাব আনন্দ গান গাব…