Category: Old Assamese Lyrics
-
Gaonore Xun O Lyrics By Jyoti Prasad Agarwala
Song: Gaonore Xun O (গাঁৱৰে সোণ অ’) Singer: Jyoti Prasad Agarwala Gaonore Xun O Lyrics Gaonore Xun O Lyrics:— গাঁৱৰে সোণ অ’ গাঁৱৰে সোণ তয়ে হবি দেশৰে জিলিকা জোন গাঁৱৰে সোণ অ’ গাঁৱৰে সোণ ৷ গাঁৱৰ নামেঘৰত কোনে খোল বজাৱ ভোৰতাল ৰজনে জন চৰণীয়া পথাৰত কোনে বাঁহী বালি কোৰে উৰণিয়া মন গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলৈ…
-
Gaan Bisari Jaute Lyrics By Jyoti Prasad Agarwala
Song: Gaan Bisari Jaute (গান বিচাৰি যাওঁতে) Singer: Jyoti Prasad Agarwala Gaan Bisari Jaute Lyrics Gaan Bisari Jaute Lyrics:— গান বিচাৰি যাওঁতে মোক তই দিলি প্ৰাণ প্ৰাণ বিচাৰি যাওঁতে মোক তই দিলি গান ৷ মোৰ অভিমানৰ মানটো ৰাখিবলৈ তোক বিচাৰি নাই যে পাবলৈ মোৰ গানক যদি সুৰ দিলি সুৰক যদি ছন্দ দিলি ছন্দক যদি মন্দকিনীৰ তাল তোক,…
-
Gaan Jodi Moi Nilikhu Lyrics By Jyoti Prasad Agarwala
Song: Gaan Jodi Moi Nilikhu (গান যদি মই নিলিখোঁ) Singer: Jyoti Prasad Agarwala Gaan Jodi Moi Nilikhu Lyrics Gaan Jodi Moi Nilikhu Lyrics:— গান যদি মই নিলিখোঁ সখি তই জানো মোৰ থাকিবি কাষত তোৰ, চম্পা আঙুলি লেখি ? গান যদি মই নিলিখোঁ সখি ! সুৰৰ চানেকি নেবাছিলে মই থাকিবিনে ৰৈ থাকিবিনে ৰৈ মোকে নিৰিখি মই যদি মাথোঁ…
-
Ami Koribo Lagibo Lyrics By Jyoti Prasad Agarwala
Song: Ami Koribo Lagibo (আমি কৰিব লাগিব) Singer: Jyoti Prasad Agarwala Ami Koribo Lagibo Lyrics Ami Koribo Lagibo Lyrics:—- আমি কৰিব লাগিব পৃথিৱী আলোকময়…. জ্ঞান-বিজ্ঞানৰ সকলো ধৰ্ম্মৰ নানা আদৰ্শৰ নানা বিভেদৰ কৰিব লাগিব মহান সমন্বয়, মহামহত্বৰ বিৰোধী আসুৰী সকলো শত্ৰু কৰিব লাগিব জয় ৷ এই পৃথিৱীলৈ আনিব লাগিব মহত্বৰ মহাজয়, কৰিব লাগিব গোটেই জগত অমৃত, আনন্দময় ৷…
-
Ami Kori Furu Biyakul Lyrics By Jyoti Prasad Agarwala
Song: Ami Kori Furu Biyakul (আমি কৰি ফুৰো বিয়াকুল) Singer: Jyoti Prasad Agarwala Ami Kori Furu Biyakul Lyrics Ami Kori Furu Biyakul Lyrics:— আমি কৰি ফুৰো বিয়াকুল (থাকে) নিজৰ য’ত কুল কুল ফুলৰ পাহিত নিয়ৰ দুল সখীয়তীৰ মাতে য’ত বিয়পিছে ইকুল সিকুল ৷৷
-
Amare Xokhiya Aakul Biyakule Lyrics – Jyoti Prasad Agarwala
Jyoti Prasad Agarwala is regarded as a great figure in Assamese culture and creative expression because of his varied contributions to film, music, and writing. Agarwala was born in 1903, but his influence endures and he is held in high regard in Assamese history. His sensitive works, in which he deftly combined social themes, culture,…
-
Bondhu Xundor Lyrics By Jyoti Prasad Agarwala
Song: Bondhu Xundor (বন্ধু সুন্দৰ) Singer: Jyoti Prasad Agarwala Jyoti Prasad Agarwala Jyoti Prasad Agarwala:— বন্ধু সুন্দৰ, তোৰ পদুমফুলীয়া চৰণ পাহিত মোৰ অগ্নি বেজাৰৰ যেতিয়া থলোঁ মোৰ দুটোপা হীৰা উজালা তপত চকুপানী, তোৰ মহামৌন ওঁঠ দুখনিৰ বিশ্বমোহন হাঁহিৰ অগ্নিবৰণ দিলি মোৰ বগা কপালত সানি ৷ সেই ইন্দ্ৰধনু পিন্ধি মই আগবিঢ়িছো বিশ্বসভালৈ সেই মহাসভাৰ গান ৰচিছোঁ…
-
Bonor Pokhila Dhora Lyrics By Jyoti Prasad Agarwala
Song: Bonor Pokhila Dhora (বনৰ পখিলা ধৰা) Singer: Jyoti Prasad Agarwala Bonor Pokhila Dhora Lyrics Bonor Pokhila Dhora Lyrics:— বনৰ পখিলা ধৰা বন ছোৱালী তোক জানো লাগে বাৰু মোৰ, মনৰ পাখিলাবোৰ আৰু, মন ফুলনিত সৰি থকা মন শেৱালি? বনৰ পখিলা খেদি বনে বনে যাৱ মোৰ বন কবিতাজনী বাৰু জানো লগ পাৱ? তাই তোৰ লগতে ঘূৰি ফুৰি তোৰ…
-
Bonoriya Ami Bonor Sorai Lyrics By Jyoti Prasad Agarwala
Song: Bonoriya Ami Bonor Sorai (বনৰীয়া আমি বনৰ চৰাই) Singer: Jyoti Prasad Agarwala Drama: Karengor Ligiri Bonoriya Ami Bonor Sorai Lyrics Bonoriya Ami Bonor Sorai Lyrics:— বনৰীয়া আমি বনৰ চৰাই বনে বনে ফুৰো অনাই বনাই অনাই বনাই আমি অনাই বনাই আমি অনাই বনাই অ’ অনাই বনাই ৷ উ- উ-উ-উ….উ-উ…উ-উ-উ ৷ ভৈয়ামৰ মইনা তই পোহনীয়া পখী বনৰীয়া মইনাৰে…