Category: Old Assamese Lyrics

  • Baxanta Tur Lekhoni Dali Lyrics By Jyoti Prasad Agarwala

    Song: Baxanta Tur Lekhoni Dali (বসন্ত তোৰ লেখনীডালি) Singer: Jyoti Prasad Agarwala  Baxanta Tur Lekhoni Dali Lyrics Baxanta Tur Lekhoni Dali Lyrics:— বসন্ত তোৰ লেখনীডালি          মোক দি যাবি জানো? সেই লেখনীৰে ভাষা ফুলনিত অময়া বৰণ সানো ৷ পৃথিৱী পুঠিৰ যুগৰ পাতত তই যে আঁক ছবি ভাষাই ভাষাই ৰূপ চৰোৱা মই যে নতুন কবি,…

  • Baideu Baideu Lyrics By Jyoti Prasad Agarwala

    Song: Baideu Baideu (বাইদেউ বাইদেউ) Singer: Jyoti Prasad Agarwala Baideu Baideu Lyrics Baideu Baideu Lyrics:— বাইদেউ বাইদেউ ৰজাৰ জী আইদেউ! দোলাখন আনি দে যাওঁ, বাইদেউৰ দৰাটো ফেৰেকাঠেঙীয়া ধিনিকি ধিন্দাও দাও ৷৷

  • Barixar Borokhun Lyrics By Jyoti Prasad Agarwala

    Song: Barixar Borokhun (বাৰিষাৰ বৰষুণ) Singer: Jyoti Prasad Agarwala Barixar Borokhun Lyrics  Barixar Borokhun Lyrics:— বাৰিষাৰ বৰষুণ, কিনো কৱ গুণগুণ কিনো গাৱ ৰুণৰুণ কি বজাৱ জুন্‌জুন্‌  বাৰিষাৰ বৰষুণ আকাশত পাখি মেলি উৰি ফুৰা আশাই জীৱনৰ সপোনৰ কয়নে কিবা কথা ধাৰাসাৰে নামি অহা ভাষাই ভাষাই ৷ তোৰ বিননিত মই এটি শবদীয়া ভাষা বাৰে বাৰে শুনো তাকে লেখি তাকে…

  • Barixare Ghon Ghor Lyrics By Jyoti Prasad Agarwala

    Song: Barixare Ghon Ghor (বাৰিষাৰে ঘন ঘোৰ) Singer: Jyoti Prasad Agarwala Barixare Ghon Ghor Lyrics Barixare Ghon Ghor Lyrics:— বাৰিষাৰে ঘন ঘোৰ  বজালি প্ৰাণত মোৰ কিনো উদাসীন সুৰ? পবন অ’ উৰুৱাই তাক… নিবিনো কত দূৰ? শূইন জীৱন অ’ মোৰ উটি যাৱ কোনো ফালে কোন আকুলতে পাবি কূল? আকাশ পৱন জোৰা একেখনি ছবি অ’ কৰি থবি মোৰ এই…

  • Bijuli Saki Jolile Lyrics By Jyoti Prasad Agarwala

    Song: Bijuli Saki Jolile (বিজুলী চাকি জ্বলিল) Singer: Jyoti Prasad Agarwala Bijuli Saki Jolile Lyrics Bijuli Saki Jolile Lyrics:— বিজুলী চাকি জ্বলিল ঘৰে ঘৰে            কাৰ সাধনাত সুন্দৰ নামি জগত পোহৰ কৰে সেই বিজুলি জ্বলক আজি গাঁৱৰ ঘৰে ঘৰে ৷ কোন প্ৰতিভাত সুন্দৰ নামি জনৰ মনত আলোককম্প কৰে কাৰ গানৰ সুৰত হুন্দৰ হাঁহি…

  • Bijuli Batire Saki Joluwa Lyrics By Jyoti Prasad Agarwala

    Song: Bijuli Batire Saki Joluwa (বিজুলি বাঁতিৰে চাকি জ্বলোৱা ) Singer: Jyoti Prasad Agarwala Bijuli Batire Saki Joluwa Lyrics Bijuli Batire Saki Joluwa Lyrics:— বিজুলি বাঁতিৰে চাকি জ্বলোৱা    কোঠাত কৰিলি কি? পঢ়িলি, শুনিলি, জানিলি, বুজিলি আৰু নতুনৰ সৃষ্টি কৰিলি যি ? বিজ্ঞানৰ তই ফুল পাতেৰে সজালি ফুলৰ দানি নৱজীৱনৰ এই প্ৰকাশক আপুনি লৈছোঁ মানি বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলে…

  • O Amar Gaon Lyrics By Jyoti Prasad Agarwala

    Song: O Amar Gaon (অ’ আমাৰ গাঁও) Singer: Jyoti Prasad Agarwala O Amar Gaon Lyrics O Amar Gaon Lyrics:— অ’ আমাৰ গাঁও আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ ৷ অ’ আমাৰ গাঁও ৷ সেউজীয়া পথাৰৰে ভৰপূৰ তামোলৰে দূৰৈতে জিলিকি থকা অ’ আমাৰ গাঁও ৷৷ দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল’ৰা ডেকেৰীও নহয় পাছ পৰা অ’…

  • O Xuworoni Lyrics By Jyoti Prasad Agarwala

    Song: O Xuworoni (অ’ সোৱৰণি) Singer: Jyoti Prasad Agarwala Drama: Karengor Ligiri  O Xuworoni Lyrics  O Xuworoni Lyrics:— অ’ সোৱৰণি সমিধান দিয়া, শাঁত কৰি প্ৰাণৰ অগনি ৷ নিৰ্ব্বাক অতীতৰ, গোপন কুঞ্জ এৰি, আহা মৌসনা সোঁৱৰণি ৷ উৰুৱাই মনৰ মাজলৈ সুৱৰ্ণৰে পাখি ৷ পাহৰণি-পদুমৰ মন্ত্ৰদূত, পাহি মেলি মেলি ৷

  • Akolxoriya Buli Kune Kole Lyrics By Jyoti Prasad Agarwala

    Song: Akolxoriya Buli Kune Kole (অকলশৰীয়া বুলি কোনে ক’লে) Singer: Jyoti Prasad Agarwala Akolxoriya Buli Kune Kole Lyrics Akolxoriya Buli Kune Kole Lyrics:— অকলশৰীয়া বুলি কোনে ক’লে ? মিছাকৈয়ে মুকুতাৰ ধাৰে ব’লে চকুলো তোৰ পোহৰ বিচৰা প্ৰাণৰ ব’ৰাগী মোৰ ৷ তোৰ ভিতৰে বাহিৰে আছে তাকে আঁকোৱালি তোৰ চিৰসখা চিৰসুন্দৰ তোৰ, প্ৰাণে মনে ব্যাপি আছে তোৰ চিৰলগৰীয়া যুগ…

  • Mur Dhuniya Xopun Lyrics By Jyoti Prasad Agarwala

    Sing: Mur Dhuniya Xopun (মোৰ ধুনীয়া সপোন) Singer: Jyoti Prasad Agarwala Mur Dhuniya Xopun Lyrics Mur Dhuniya Xopun Lyrics:— অজেয়… মোৰ ধুনীয়া সপোন ফুৰে কাঁইটীয়া বনত ৰঙা তেজৰ মণি-মুকুতা অৰুণ ৰঙা বৰণৰ উজলি জ্বলে কাঁইটে ফুটা, জেঙে বিন্ধা পদুম চৰণত ৷ তাই এই দিঠকৰ মুখত সানে সোণ পোহৰৰ গুৰি আপচু এই বাস্তৱতেই ৰূপান্তৰৰ মন্ত্ৰ শুনাই, ন পোহৰৰ…