Category: Old Assamese Lyrics
-
Andhakar Puhor Bisora Lyrics By Jyoti Prasad Agarwala
Song: Andhakar Puhor Bisora (অন্ধকাৰ! পোহৰ বিচৰা) Singer: Jyoti Prasad Agarwala Andhakar Puhor Bisora Lyrics Andhakar Puhor Bisora Lyrics:— অন্ধকাৰ! পোহৰ বিচৰা কবিয়ে মই শিল্পীয়ে তোক কৰিছোঁ নমস্কাৰ জানো জানো অ’ অন্ধকাৰ তয়ো মোৰে দৰে পোহৰ বিচাৰি কৰিছ হাহাকাৰ ৷ বাৰে বাৰে কৰিছোঁ নমস্কাৰ ৷ পোহৰ যেতিয়া সূৰুযৰ সতে সোণ দেশলৈ যায় তই বেজাৰত…
-
Agnire Moi Khela Khelisu Lyrics By Jyoti Prasad Agarwala
Song: Agnire Moi Khela Khelisu (অগ্নিৰে মই খেলা খেলিছোঁ) Singer: Jyoti Prasad Agarwala Agnire Moi Khela Khelisu Lyrics Agnire Moi Khela Khelisu Lyrics:— অগ্নিৰে মই খেলা খেলিছোঁ মোৰ অগ্নিৰে ধেমালি মোৰ অগ্নিৰে ধেমালি কোনো যদি নাহে নালাগে আহিব, মোৰ অকলশৰীয়া জীৱন উঠিব দীপালী হৈ জ্বলি মোৰ অগ্নিৰে ধেমালি মোৰ তেজৰ এটি দীপেই আই তোক কৰিব সোণালী মোৰ…
-
Aaideur Bulonit Lyrics By Jyoti Prasad Agarwala
Song: Aaideur Bulonit (আইদেউৰ বুলনিত) Singer: Jyoti Prasad Agarwala Aaideur Bulonit Lyrics Aaideur Bulonit Lyrics:—- আইদেউৰ বুলনিত পোহৰৰ ধেমালি ন চানেকিয়ে জিকেমিকায় ৷ জোনাকী বাটেদি চিত্ৰলেখীয়ে ন জীৱনৰে ফুলে ফুলায় ৷ আইদেউৰ যঁতৰত সুৰে গুণগুণালে আইদেউ মিচিকিয়াই সুৰতে কঁপিছে কিনো ন বতৰা জ্বলে মনে তৰা আইদেউৰ বুকু কঁপায় ৷
-
Aaukhi Nikha Lyrics By Jyoti Prasad Agarwala
Song: Aaukhi Nikha (আঁউসী নিশা) Singer: Jyoti Prasad Agarwala Aaukhi Nikha Lyrics Aaukhi Nikha Lyrics:— আঁউসী নিশা মোৰ গানে গৈ আন্ধাৰক চুমা খালে আন্ধাৰে মৰমত উচুপি কান্দিলে চকুপানী সিঁচি দুবৰি বনতে থলে ৷ পুৱাৰ পোহৰে আন্ধাৰৰ লোতকক নতুনৰ সাধু ক’লে বেজাৰে পোহৰে সবটা সাবটি পৃথিৱী ধুনীয়া হ’লে ৷
-
Aji Arun Alok Lyrics By Jyoti Prasad Agarwala
Song: Aji Arun Alok (আজি অৰুন আলোক) Singer: Jyoti Prasad Agarwala Aji Arun Alok Lyrics Aji Arun Alok Lyrics:— আজি অৰুন আলোক পুৱতী আকাশে পৱনে জলে ভজন কিৰণাৱলী তিমিৰ বিনাশী কৰে আলোকৰ আৰতি ৷ যুগ যুগ ধৰি আন্ধাৰে আন্ধাৰে আলোক বিচাৰি ফুৰা যাত্ৰী মুক বধিৰ সম অন্ধ আতুৰ মৌ ক্লান্ত ভ্ৰান্ত শত ভাতৃ অন্তৰে অন্তৰে জ্ঞানৰ শলিতাৰে…
-
Aji Ganor Xorai Patilu Lyrics By Jyoti Prasad Agarwala
Song: Aji Ganor Xorai Patilu (আজি, গানৰ শৰাই পাতিলোঁ) Singer: Jyoti Prasad Agarwala Aji Ganor Xorai Patilu Lyrics Aji Ganor Xorai Patilu Lyrics:— আজি, গানৰ শৰাই পাতিলোঁ, প্ৰাণৰ শৰাই পাতিলোঁ ৷ বিশ্বথাপনাত মোৰ পূজালৈ মাতিলোঁ, মোৰ পূজালৈ মাতিলোঁ, বিশ্বজনতা ৷ থাপনাত মই থাপিলোঁ শুদ্ধ সুন্দৰতাক ৷ আজি সোণৰ শৰাই পাতিলোঁ ৰূপৰ শৰাই পাতিলোঁ দুখৰ শৰাই চকুপানীৰ মুকুতাৰেই…
-
Aji Jana Jibonor Xar Puwa Lyrics By Jyoti Prasad Agarwala
Song: Aji Jana Jibonor Xar Puwa (আজি জন-জীৱনৰ সাৰ পোৱা) Singer: Jyoti Prasad Agarwala Aji Jana Jibonor Xar Puwa Lyrics Aji Jana Jibonor Xar Puwa Lyrics:— আজি জন-জীৱনৰ সাৰ পোৱা আশাই প্ৰকাশ বিচাৰে মোৰ ভাষায় ভাষায় ৷ সেই আশা বিজুলী প্ৰবাহ মই লিখা শবদত বয়, সেইহে কবিতা মোৰ হ’ল অগ্নিময় ৷ সেই বিজুলিয়ে জিলিকাই…
-
Aji Janatar Thaponat Lyrics By Jyoti Prasad Agarwala
Song: Aji Janatar Thaponat (আজি জনতাৰ থাপনাত) Singer: Jyoti Prasad Agarwala Aji Janatar Thaponat Lyrics Aji Janatar Thaponat Lyrics:— আজি জনতাৰ থাপনাত জাগ চিৰসুন্দৰ তই নচা ছন্দৰে জনতাৰ অন্তৰ কঁপাই কঁপাই জগা বিশ্বৰ নৱতম তন্ত্ৰৰ উদ্ধোধনী মই গাওঁ গানে গানে আগমনী ৷ জানো জানো তই আহিবি জানো জানো তই হাঁহিবি জাগ্ৰত জনতাৰ চোতালে চোতালে তই নাচি ফুৰিবি…
-
Aji Janatar Jagise Biswarup Lyrics By Jyoti Prasad Agarwala
Song: Aji Janatar Jagise Biswarup (আজি জনতাৰ জাগিছে বিশ্বৰূপ) Singer: Jyoti Prasad Agarwala Aji Janatar Jagise Biswarup Lyrics Aji Janatar Jagise Biswarup Lyrics:— আজি জনতাৰ জাগিছে বিশ্বৰূপ আজি জাগিছে সুন্দৰৰেই পাৰমানবিক স্বৰূপ আজি জনতাৰ জাগিছে বিশ্বৰূপ আজি আপোন পাহৰা মহাশক্তিয়ে ধৰে অভিনৱ ৰূপ আপোন কুৰূপ পোহৰ বিৰূপ এৰি ধৰে জনতাই মহাসুন্দৰ ৰূপ ৷ পৃথিৱী আছিলে ৰৈ জনতা…