Category: Old Assamese Lyrics
-
Bonor Aarot Kune Kandi Lyrics By Jyoti Prasad Agarwala
Song: Bonor Aarot Kune Kandi (বনৰ আঁৰত কোনে কান্দি) Singer: Jyoti Prasad Agarwala Bonor Aarot Kune Kandi Lyrics Bonor Aarot Kune Kandi Lyrics:— বনৰ আঁৰত কোনে কান্দি যাৱ মনৰ আঁৰত কোনে বীণ বাৱ মোক জানো চিনি পাৱ ? পাৱতো মোক চিনি কতবাৰ তই কত আহি গৈ মোৰ মৰম গৈছ জিনি পাৱতো তই, নাপাবি কিয়নো চিনি ?…
-
Puhoror Fot Pindhi Lyrics By Jyoti Prasad Agarwala
Song: Puhoror Fot Pindhi (পোহৰৰ ফোঁট পিন্ধি) Singer: Jyoti Prasad Agarwala Puhoror Fot Pindhi Lyrics Puhoror Fot Pindhi Lyrics:— পোহৰৰ ফোঁট পিন্ধি কপালত কিনো বিচাৰি আহ’ মই সুধিলে ভাষা পাহৰি ৰঙা নপৰি… হাঁহ’ নতুন দিনৰ অ’ গাভৰু কাণত পিন্ধি মোৰ কবিতাৰে কেৰু হাতত পিন্ধি মোৰ অকোৱা পকোৱা খাৰু ৷ আৰু মোৰ যে একোকে নাই এতিয়া দিওঁ সুদা…
-
Pranati Naba Jana Jibonor Lyrics By Jyoti Prasad Agarwala
Song: Pranati Naba Jana Jibonor (প্ৰণতি নৱ জনজীৱনৰ) Singer: Jyoti Prasad Agarwala Pranati Naba Jana Jibonor Lyrics Pranati Naba Jana Jibonor Lyrics:– প্ৰণতি প্ৰণতি প্ৰণতি নৱ জনজীৱনৰ অভিনৱ জ্যোতি প্ৰণতি প্ৰণতি প্ৰণতি ৷ আজি সুৰে সুৰে জাগ জনতাৰ আশা কণ্ঠে কণ্ঠে জাগ সংগ্ৰামী দলিতৰ দুৰ্ম্মদ ভাষা ৷ ঝঙ্কৃত নৱ জনজীৱনৰ ছন্দ ফুলি উঠ ফুলি উঠ সাম্য সংস্কৃতিৰ…
-
Fulor Kolik Fular Montro Lyrics By Jyoti Prasad Agarwala
Song: Fulor Kolik Fular Montro (ফুলৰ কলিক ফুলাৰ মন্ত্ৰ) Singer: Jyoti Prasad Agarwala Fulor Kolik Fular Montro Lyrics Fulor Kolik Fular Montro Lyrics:— ফুলৰ কলিক ফুলাৰ মন্ত্ৰ কৈ যাবলৈ কাণে কাণে সুন্দৰ বোলে আহি গুচি গ’ল মই টোপনিত থাকোতেই বেলি ওলোৱাৰ আগতেই ৷ মোৰ নিশা লিখা গান কৰি অভিমান শেৱালি তলত থমকি থাকোতেই সুন্দৰে তাকে খুজি নিলে…
-
Fulor Sa Toi Lyrics By Jyoti Prasad Agarwala
Song: Fulor Sa (ফুলৰ ছাঁ তই) Singer: Jyoti Prasad Agarwala Fulor Sa Toi Lyrics Fulor Sa Toi Lyrics:— ফুলৰ ছাঁ তই পাতৰ আঁৰত কিয় লুকাৱ? তই বিচৰা পোহৰ দেখি কিয় লাজ পাৱ? পোহৰে তাক বেলি থাকোঁতে কি কথা গ’ল কৈ পোহৰ গলে ৰাতি হলে মনে মনে তাকে সোধ গৈ নে কি তাকে সোধ গৈ?
-
Fulor Pahit Lyrics By Jyoti Prasad Agarwala
Song: Fulor Pahit (ফুলৰ পাহিত) Singer: Jyoti Prasad Agarwala Fulor Pahit Lyrics Fulor Pahit Lyrics:— ফুলৰ পাহিত কোনে থৈ গলি এটুপি চকুৰ পানী পুৱাৰ পোহৰে আহি চুমা খালে বেলিৰ মৰম সানি চুমা-চেনেহতে পমি নাইকীয়া হ’ল বেজাৰে মৰমে দুয়ো লগে লাগি থিতাতে ময়াপী ইযে কি আপুনি আলাসতে উৰি গ’ল ৷ বেজাৰৰ সোণতে মৰম মুকুতাইয়ে আলসুৱা ৰূপ ধৰে চকুলোটুপিয়ে…
-
Fulor Logot Kotha Pota Lyrics By Jyoti Prasad Agarwala
Song: Fulor Logot Kotha Pota (ফুলৰ লগত কথা পতা ) Singer: Jyoti Prasad Agarwala Fulor Logot Kotha Pota Lyrics Fulor Logot Kotha Pota Lyrics:— ফুলৰ লগত কথা পতা অকণি ছোৱালীজনী তোৰ হাঁহিত সৰে মুকুতা মাণিক চকুত জ্বলে মণি ৷ ৰাতিপুৱাৰ সোণপোহৰে ফুলৰ পাহিৰ ৰঙা চোতালত বহি তোক কি ক’লে নতুন কথা আহ অ’ মোক ক’হি সুন্দৰ…
-
Fulore Mou Kham Lyrics By Jyoti Prasad Agarwala
Song: Fulore Mou Kham (ফুলৰে মৌ খাম) Singer: Jyoti Prasad Agarwala Fulore Mou Kham Lyrics Fulore Mou Kham Lyrics:— ফুলৰে মৌ খাম মৌ মিঠা লাৰু জিৰ জিৰ জুৰ জুৰ নিজৰাৰ পানীৰে উমলি ফেনৰে ধেমালি কৰোঁ ৷৷
-
Fulam Palor Nau Lyrics By Jyoti Prasad Agarwala
Song: Fulam Palor Nau (ফুলাম পালৰ নাও) Singer: Jyoti Prasad Agarwala Fulam Palor Nau Lyrics Fulam Palor Nau Lyrics:— ফুলাম পালৰ নাও সোৱণশিৰীৰ ৰূপৰ পানীত বাওঁ ঘাটে ঘাটে খন্তেক ৰখাওঁ মনত ফুলা সোণপাহীৰ সুৰভি বিলাওঁ ৷ বাটত ঘাটত দুয়ো পাৰত কোন কোন, ক’ত আছ’ সেউজী বনত মৰম বিলাই পখিলা পাখি ওৰণি পিন্ধি বিজুলি নাচ নাচ’ সোনকালে আহ্…
-
Fule Fule Moupiya Lyrics Jyoti Prasad Agarwala
Song: Fule Fule Moupiya (ফুলে ফুলে মউপিয়া) Singer: Jyoti Prasad Agarwala Fule Fule Moupiya Lyrics Fule Fule Moupiya Lyrics:— ফুলে ফুলে মউপিয়া উৰে ফুলৰে জীৱন মন জুৰে নাচে পখিলীয়ে সখিয়াকে মাতি ৷ উৰি উৰি সউ গাটি উৱঁলাই মউ মউ বুলিয়ে বলিয়া পখিলা ঋতু বসন্ত হাঁহে সোণৰে ৷৷