Category: Old Assamese Lyrics
-
Boga Togorore Pahi Lyrics By Jyoti Prasad Agarwala
Song: Boga Togorore Pahi (বগা তগৰৰে পাহি) Singer: Jyoti Prasad Agarwala Boga Togorore Pahi Lyrics Boga Togorore Pahi Lyrics:— বগা তগৰৰে পাহি বগা তগৰৰে পাহি তাতে আঁকবাক পখিলা পৰিলে লাহি ৰঙা ৰেৱতীৰে হেঙুলি হাঁহি ৷ কেতেকীৰ ৰেণুৰে বোলে গ’ল ভোমোৰা কলীয়া হলে হালধীয়া…. উৰিকি ঘূৰিকি ৰজাই বনৰীয়া বাঁহী ৷ বিৰিঙাৰ পাততে সুৰে সুহুৰিয়াই আলাসতে গ’লে ভাহি ৷৷
-
Boga Daworor Nau Lyrics By Jyoti Prasad Agarwala
Song: Boga Daworor Nau (বগা ডাৱৰৰে নাও) Singer: Jyoti Prasad Agarwala Boga Daworor Nau Lyrics Boga Daworor Nau Lyrics:— বগা ডাৱৰৰে নাও তাতে উঠি মই জোনবাইৰ সোণদেশলৈ যাওঁ ৷ জোনবাই দেশতে বগা হৰিণায়ে ৰঙাকৈ দুবৰি খায় জিলমিল চৰায়ে তুলসী বনতে শুঁইত্কৈ সুহুৰিয়ায় জহৰে জোনাকত আইতাই কোৱা মোক সাধুবোৰ জোনাবাইত থাকে আইতাই মনতে তুতিকৈ মাতিলে মোক নিচুকাবলৈ আহে…
-
Bogi Suwali Lyrics By Jyoti Prasad Agarwala
Song: Bogi Suwali (বগী ছোৱালী) Singer: Jyoti Prasad Agarwala Bogi Suwali Lyrics Bogi Suwali Lyrics:— বগী ছোৱালী তই গাঁৱৰ শেৱালি ৰূপহী তই ফুলৰ চুপহি ফটা ৰিহা মেখেলাই তোক নুশুভাই গালৰ মুখৰ হাড় ওলোৱা কেবাদিনো জানো তই ভাত খোৱা নাই ? ঘৰত গৰু নাই নীলাম কৰা তোৰ পথাৰত লোকে হাল বায় ৷ কণ্ঠত তোৰ গান থাকোতেও শিকাব যে…
-
Bon Gaonloi Jabi Lyrics By Jyoti Prasad Agarwala
Song: Bon Gaonloi Jabi (বন গাঁৱলৈ যাবি) Singer: Jyoti Prasad Agarwala Bon Gaonloi Jabi Lyrics Bon Gaonloi Jabi Lyrics:— বন গাঁৱলৈ যাবি বন ভাৱনা হেৰোৱা মাণিক জানো বিচাৰি পাবি ? তাত ৰূপৰ নিয়ৰে মলচা দুৱৰি সোণ হৰিণাই খায় তাত নেদেখা ফুলৰ নুসুঙা গোন্ধত বননি আমোল মোলায় ৷ তাত ধুনতে ধুনীয়া পাট গাভৰুৱে কাৰোবালে’ বাট চায়…
-
Bonot Fula Bonoriya Ful Lyrics By Jyoti Prasad Agarwala
Song: Bonot Fula Bonoriya Ful (বনত ফুলা বনৰীয়া ফুল ) Singer: Jyoti Prasad Agarwala Bonot Fula Bonoriya Ful Lyrics Bonot Fula Bonoriya Ful Lyrics:—- বনত ফুলা বনৰীয়া ফুল গোন্ধতে তোৰ বন আমোল মোল ৷ বনত বোৱা নিজৰাটিৰ গান কুল কুল বনত ফুলা বনৰীয়া ফুল ৷ বনৰ দুবৰি খোৱা বন হৰিণা মৌ সুৱদি মিঠা মাতৰ বনৰ মইনা….…
-
Bon Moinar Maat Xuni Lyrics By Jyoti Prasad Agarwala
Song: Bon Moinar Maat Xuni (বন-মইনাৰ মাত শুনি ) Singer: Jyoti Prasad Agarwala Bon Moinar Maat Xuni Lyrics Bon Moinar Maat Xuni Lyrics:—- বন-মইনাৰ মাত শুনি বন কইনা শাঁত বন জোনাকত কোনে গাৱ বনৰীয়া জাত বন কইনাৰ হাঁহি গৈ বন মালতী হ’ল বন পখিলা উৰি আহি মৌ খাবলৈ ৰ’ল বনৰ মাজত নাচে হাঁহে বনৰ…
-
Bonot Fula Boxontor Lyrics By Jyoti Prasad Agarwala
Song: Bonot Fula Boxontor (বনত ফুলা বসন্তৰ) Singer: Jyoti Prasad Agarwala Bonot Fula Boxontor Lyrics Bonot Fula Boxontor Lyrics:— বনত ফুলা বসন্তৰ নেদেখা ফুলে অকলে বোৱা নিজৰাটিৰ বন জীৱনত আমোলমোলালে ৷ সেই সুৰভি অকলে ফুৰে বন জোনাকীৰ মনটো হৰি মনে মনে ঘূৰে ফেনতোলা সৌ নিজৰাৰ বনত কন্দা বাৰিষাৰ বুকু জুৰালে বনে বনে মনে মনে আমোলমোলালে ৷৷
-
Naam Ghoroloi Xorai Lyrics By Jyoti Prasad Agarwala
Song: Naam Ghoroloi Xorai (নামঘৰলৈ সোণৰ শৰাই) Singer: Jyoti Prasad Agarwala Naam Ghoroloi Xorai Lyrics Naam Ghoroloi Xorai Lyrics:— নামঘৰলৈ সোণৰ শৰাই নিয় ফুলৰ পাতৰ কি অৰিহণা দিয় ? নামঘৰলৈ সোণৰ শৰাই নিয় ? তাত আছে নে তেজৰে বোলোৱা ফুল তাত আছে নে কবিতা গানৰ ফুল তাত আছে নে নতুন পুৱাৰ চুমাত আমোলমোল তলসৰা বকুল? ইমান…
-
Nimati Koina Lyrics By Jyoti Prasad Agarwala
Song: Nimati Koina (নিমাতী কইনা) Singer: Jyoti Prasad Agarwala Nimati Koina Lyrics Nimati Koina Lyrics:— নিমাতী কইনা নাহাঁহি মইনা! ক’ত থৈ আহিলা চেনেহৰ মইনা মাত? চেনেহৰ মইনা নুবুলি কইনা চেনেহৰ মইনা মইনা মাত ৷ দীপ্লিপ্ কুঁৱৰী কাকে আছা সুঁৱৰি মাতোঁ মাতোঁ চকুযোৰে কাকেইবা চায়! সোণৰ জাপি পিন্ধি ফুলাম ছৈৰ নাৱতে আহি ৰূপকোঁৱৰে…
-
Neel Akakhor Eta Tora Lyrics By Jyoti Prasad Agarwala
Song: Neel Akakhor Eta Tora (নীল আকাশৰ এটা তৰা) Singer: Jyoti Prasad Agarwala Drama: Khanikor Neel Akakhor Eta Tora Lyrics Neel Akakhor Eta Tora Lyrics:— নীল আকাশৰ এটা তৰা এটা তৰা অ’ তাৰ পোহৰে…. তাৰ পোহৰে বাটটি চিনি ল’ অ’ পথিক তই ভাৱি শুনি তই কি লেখ লেখ ৷ আকাশৰ সৌ দূৰ নীলিমাৰ পোহৰে তোক মাতিছে অ’ …