Category: Old Assamese Lyrics

  • Prithibi Dhuniya Lyrics By Jyoti Prasad Agarwala

    Song: Prithibi Dhuniya (পৃথিৱী ধুনীয়া) Singer: Jyoti Prasad Agarwala Prithibi Dhuniya Lyrics Prithibi Dhuniya Lyrics:— পৃথিৱী ধুনীয়া কৰিব লাগিব, …. তই চকুৰ পানীৰে, বুকুৰ তেজেৰে কবিতা লিখিছোঁ মই মোৰ বৈজ্ঞানিক লিখনীডালিত জুই চিঁয়াহীৰে ভৰা লিখনীৰ সেই মুখৰপৰা উফৰি পৰিছে তৰা কল্পনাযোগী মোৰ মনে আজি ভাঙিছে পুৰণি ঘৰ নতুন সৃষ্টিৰ কমাৰ শালত অগ্নি ভয়ঙ্কৰ ভূমিকম্পক কৰি আনিছোঁ প্ৰধান…

  • Prithibir Sokupani Lyrics By Jyoti Prasad Agarwala

    Song: Prithibir Sokupani (পৃথিৱীৰ চকুপানী) Singer: Jyoti Prasad Agarwala Prithibir Sokupani Lyrics Prithibir Sokupani Lyrics:— পৃথিৱীৰ চকুপানী কোনে মচি দিবি আজি সাজি দিবি পোহৰৰ নৱ বাস্তৱ, দুৱাৰে দুৱাৰে গৈ দুখিতৰ ঘৰে ঘৰে অন্ধক চকু দিয় নিৰাশাক আশা দিয় মুকক ভাষা দিয় নিৰ্জীৱক জীৱ দিয় গানেৰে সুৰেৰে দিয় জীৱনৰ দৃষ্টি অভিনৱ ৷ জনতাৰ প্ৰাণে প্ৰাণে জ্বলালি কি সঞ্জীৱনী…

  • Puhor Dekhor Pokhilar Jake Lyrics By Jyoti Prasad Agarwala

    Song: Puhor Dekhor Pokhilar Jake (পোহৰ দেশৰ পখিলাৰ জাকে) Singer: Jyoti Prasad Agarwala Puhor Dekhor Pokhilar Jake Lyrics Puhor Dekhor Pokhilar Jake Lyrics:— পোহৰ দেশৰ পখিলাৰ জাকে মোৰ ফুলনিত নাচে নোহোৱা নোপজা ফুলাম পাখিৰে নকৈ চানেকি বাছে ন পখিলাৰ লাহী ভৰতেই সৰিছে পুৰণি পাহি নতুন কলিৰ বুকু শিয়ঁৰিছে মুখত মিচিকি হাঁহি ৷ ৰৈ ৰৈ উৰিবি, পোহৰৰ পখিলা…

  • Puhor Nopora Fulot Lyrics By Jyoti Prasad Agarwala

    Song: Puhor Nopora Fulot (পোহৰ নপৰা ফুলত) Singer: Jyoti Prasad Agarwala Puhor Nopora Fulot Lyrics Puhor Nopora Fulot Lyrics:— পোহৰ নপৰা ফুলত আছিলে ফুল সুৰভি শুই শিল্পী আছিল জনৰ মনত কল্পনা তাৰ নাজাগোতেই নালাগোতেই নতুন বেলিৰ জুই ৷ পোহৰ লাগি গন্ধ জাগি  বনে বনে যায় নতুন গানৰ জুই লাগিলত এই পৃথিৱীৰ জনগণৰ, আকুলতা জাগিল প্ৰাণৰ মনৰ শিল্পী…

  • Naba Jana Jibonor Lyrics By Jyoti Prasad Agarwala

    Song: Naba Jana Jibonor (নৱ জন-জীৱনৰ) Singer: Jyoti Prasad Agarwala  Naba Jana Jibonor Lyrics Naba Jana Jibonor Lyrics:— নৱ জন-জীৱনৰ শিল্পী জাগ অ’        নৱ মন কিৰণৰ শিল্পী জাগ অ’ মোৰ মনে মোৰ প্ৰাণে জাগ অ’ মনীষাত প্ৰতিভাত জাগ জাগ অ’ তয়ে পৃথিৱীৰ আধাবুজা মোৰে মন সিজা ৷ তয়ে জনবৃদ্ধ তয়ে গণবৃদ্ধ অভিনৱ জ্ঞানৰে জনতাপ্ৰবুদ্ধ…

  • Norokot Ji Jui Jole Lyrics By Jyoti Prasad Agarwala

    Song: Norokot Ji Jui Jole (নৰকত যি জুই জ্বলে) Singer: Jyoti Prasad Agarwala Norokot Ji Jui Jole Lyrics Norokot Ji Jui Jole Lyrics:— নৰকত যি জুই জ্বলে নৰকত যি জুই জ্বলে  ৰাতিয়ে দিনে জ্বলাই মাৰে তাৰো আছে গুণ মোক, পুৰি পুৰি কৰি দিয়ে উজ্জ্বল সুজ্জ্বল সোণ ৷ জ্বলা পোৰাই যদি নৰক হয় সি পাপ কৰে ক্ষয় সেই…

  • Norokonkalor Nrittyo Lyrics By Jyoti Prasad Agarwala

    Song: Norokonkalor Nrittyo (নৰকঙ্কালৰ নৃত্য) Singer: Jyoti Prasad Agarwala Norokonkalor Nrittyo Lyrics Norokonkalor Nrittyo Lyrics:— নৰকঙ্কালৰ নৃত্য দেখিলি কোনে ? ত্ৰাসত নাথাক মনে মনে ৷ ভয়ঙ্কৰী ছন্দ জাগি উল্কাবেগে যায় আকাশে বতাহে পৃথিৱীয়ে প্ৰলয়ঙ্কৰী জুই জ্বলায় ৷ সেই অগনিয়ে লোহাৰ মানুহ সোণৰ কৰি যাব ভ্ৰান্তৰ দলে মানৱ প্ৰাণৰ মহাজীৱনৰ, মহা সৌন্দৰ্য্যৰ সত্য বিচাৰি পাব আনন্দ গান গাব…

  • No Puhoror Rod Kasolit Lyrics By Jyoti Prasad Agarwala

    Song: No Puhoror Rod Kasolit (ন পোহৰৰ ৰ’দ কাঁচলিত) Singer: Jyoti Prasad Agarwala No Puhoror Rod Kasolit Lyrics No Puhoror Rod Kasolit Lyrics:— ন পোহৰৰ ৰ’দ কাঁচলিত তাঁতৰ পাটত বহি ন সূৰুযৰ জিকমিকনি সহি তই              ন চানেকিৰ নতুন ফুলটো বাছ সেই পুৱাতেই                   …

  • Notun Bharot Lyrics By Jyoti Prasad Agarwala

    Song: Notun Bharot (নতুন ভাৰত) Singer: Jyoti Prasad Agarwala Notun Bharot Lyrics Notun Bharot Lyrics:— নতুন ভাৰত নতুন ভাৰত নতুন ভাৰত মোৰ নতুন ভাৰতৰে নতুন ছবিখনি জাগিলে অ’ জাগিলে অ’ মোৰ গানে গানে মোৰ নতুন ভাৰতৰ নতুন ছবিখনি জাগিল ৰে জাগিল ৰে মোৰ গানে গানে মেৰী নয়া ভাৰতকী নয়া ছবি জাগা ৰে জাগা ৰে মেৰী গানা মেঁ…

  • Notun Dinole Jatra Korili Lyrics By Jyoti Prasad Agarwala

    Song: Notun Dinole Jatra Korili (নতুন দিনলে’ যাত্ৰা কৰিলি) Singer: Jyoti Prasad Agarwala Notun Dinole Jatra Korili Lyrics Notun Dinole Jatra Korili Lyrics:— নতুন দিনলে’ যাত্ৰা কৰিলি            কোনে কোনে কোনে কোনে? ভাগ্য পঢ়িলি মনে মনে মনে মনে ৷ সেইটি বাটত দুখৰ জ্বলে জ্বলন্ত এঙাৰ মৃত্যুয়ে তাত বাটে বাটে ধৰিছে হেঙাৰ মৃত্যু বিজয়ী…