Category: Old Assamese Lyrics
-
Kio Sokuye Sokuye Sala Lyrics By Charu Gohain
Song: Kio Sokuye Sokuye Sala (কিয় চকুৱে চকুৱে চালা) Singer: Charu Gohain Kio Sokuye Sokuye Sala Lyrics Kio Sokuye Sokuye Sala Lyrics:— কিয় চকুৱে চকুৱে চালা চাই কিবা জানো বুজি পালা মই বহাগৰ ডেউকাত উৰা তোমাৰে মনৰ বতৰা । মোক যি দেখিলা তুমি ভিতৰখন নাচাবা জুমি যোৱা বহাগৰে পৰা মোৰ মন তোমাৰে ভৰা । মই জ্বলোঁ উমি…
-
Alo Bhai Gokule Lyrics By Srimanta Madhabdev
Song: Alo Bhai Gokule (আলো ভাই গোকুলে) Singer: Srimanta Madhabdev Alo Bhai Gokule Lyrics Alo Bhai Gokule Lyrics:— ধ্ৰুং ।। আলো ভাই গোকুলে আনন্দ জয় জয় মিলিছে পৰম মহোদয় ।। পদ ।। যিটো নিগমেৰ গুপ্ত বিত্ত । হেন হৰি গোকুলে বিদিত ।। শুনিতে কৌতুক অনুপাম । ব্ৰক্ষ্মেৰ বৰণ ঘনশ্যাম ।। পৰমাত্মা যিটো লক্ষ্মীপতি । হুয়া আছে গোপেৰ…
-
Axomire Sutalote Lyrics By Mohammad Rafi
Song: Axomire Sutalote (অসমীৰে চোতালতে) Singer: Mohammad Rafi Axomire Sutalote Lyrics Axomire Sutalote Lyrics:— অসমীৰে চোতালতে ৰ’দালিয়ে চেনেহতে মৰমৰ ফাকু খেলে ৰঙতে নাচে পখিলী মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি । নীলা নীলা পাহাৰতে ডালিমীয়ে কথা পাতে জুৰিটিৰ কাষতে ৰৈ হিয়াৰে বতৰা কৈ মলয়াত উৰে চুলি অ’ মলয়াত উৰে চুলি মাতে মোক হাত বাউলি মাতে…
-
Jilmil Jun Jole Kopalot Lyrics By Charu Gohain
Song: Jilmil Jun Jole Kopalot (জিলমিল জোন জ্বলে কপালত) Singer: Charu Gohain Music: Charu Gohain Jilmil Jun Jole Kopalot Lyrics Jilmil Jun Jole Kopalot Lyrics:– জিলমিল জোন জ্বলে কপালত তিৰবিৰ তৰা জ্বলে নয়নত মোৰো যে হৃদয় জ্বলে তোমাৰে নিবিড় মৰমত জিলমিল জোন জ্বলে কপালত তিৰবিৰ তৰা জ্বলে নয়নত মোৰো যে হৃদয় জ্বলে তোমাৰে নিবিড় মৰমত…
-
O Ma Moi Rati Hopunot Lyrics By Jyoti Prasad Agarwala
Song: O Ma Moi Rati Hopunot (অ’ মা মই ৰাতি সপোনত) Singer: Jyoti Prasad Agarwala O Ma Moi Rati Hopunot Lyrics O Ma Moi Rati Hopunot Lyrics:— অ’ মা মই ৰাতি সপোনত কি দেখিলোঁ জান’ তই যে মা কেতিয়াবা মোক দিবলৈ আন’ সৰু সৰু কাঠৰ ঘোঁৰা নেজডাল যে মোটোক মৰা তেনেকুৱাই পিছে হলে ঠেঙত পাখি লগা দেখিবলৈ…
-
Iman Sonoka Thunuka Lyrics By Jyoti Prasad Agarwala
Song: Iman Sonoka Thunuka (ইমান চনকা ঠুনুকা) Singer: Jyoti Prasad Agarwala Iman Sonoka Thunuka Lyrics Iman Sonoka Thunuka Lyrics:— ইমান চনকা ঠুনুকা জুনুকা পিন্ধি চৰণত ৰুণুক জুনুককৈ নিজৰাৰ দৰে জুৰজুৰণিৰে জিৰজিৰণিৰে কুলকুলনিৰে ক’লৈ গৈছ বৈ মৌ মাখিটোৰ গুণগুণনিৰে কি গান গাইছ ঐ! মনত জ্বলা মণিকা ক্ষণত জ্বলা ক্ষণিকা মৌ চাওঁতেই নোহোৱা হ’লি বিজুলি বেগেৰে গ’লি খন্তেক’লে জ্বলি…
-
Iman Sobi Okoloiye Toi Lyrics By Jyoti Prasad Agarwala
Song: Iman Sobi Okoloiye Toi (ইমান ছবি অকলৈয়ে তই) Singer: Jyoti Prasad Agarwala Iman Sobi Okoloiye Toi Lyrics Iman Sobi Okoloiye Toi Lyrics:— ইমান ছবি অকলৈয়ে তই কেনেকে’ আঁকিলি ইমান তৰা আকাশে আকাশে কেনেকে’ লিখিলি? ইমান প্ৰাণৰ বিৰাট মেলা কেনেকে’ পাতিলি শেষ নোহোৱা ধেমালিলে’ মোকো মাতিলি ৰূপে ৰূপে যাওঁ, মই জ্বলি জ্বলি অৰূপত তই জ্বলিছ উজলি ৰূপ…
-
O Janata Lyrics By Jyoti Prasad Agarwala
Song: O Janata (অ’ জনতা) Singer: Jyoti Prasad Agarwala O Janata Lyrics O Janata Lyrics:– অ’ জনতা ! তই বিচৰা অৰুণ-জ্যোতি আহে বিয়পালে ৰঙা পোহৰ বিশ্বভুবনতে লাহে লাহে তোৰ কপালত জিলিক্ মাৰি মিচিক্ মিচিক্ হাঁহে হাঁহে হাঁহে হাঁহে সি তোৰ, আগচোতালত হাঁহে সি…
-
O Prithibir Kobi Lyrics By Jyoti Prasad Agarwala
Song: O Prithibir Kobi (অ’ পৃথিৱীৰ কবিৰ) Singer: Jyoti Prasad Agarwala O Prithibir Kobi Lyrics O Prithibir Kobi Lyrics:— অ’ পৃথিৱীৰ কবিৰ কথা কেতিয়া বুজিবি তই? কত কবি গ’ল টুকি চকুপানী দুৱাৰে দুৱাৰে ৰৈ অ’ পৃথিৱীৰ কবিৰ কথা কেতিয়া বুজিবি তই? যুগে যুগে আহি, কত গান গাই কতবাৰ ঘূৰি গ’লো ভাগৰি-জুগৰি নিজেই নিচুকি পদূলিত পৰি ৰ’লো ৷…