Category: Old Assamese Lyrics
-
Jay Alokmoy Lyrics By Jyoti Prasad Rabha
Song: Jay Alokmoy (জয় আলোকময়) Singer: Jyoti Prasad Agarwala Jay Alokmoy Lyrics Jay Alokmoy Lyrics:— জয় আলোকময় অনাদি-অনন্ত প্ৰসাৰী বিশ্বজীৱন জ্যোতি জয় জয় সুন্দৰ সত্য সনাতন চিৰ প্ৰশান্ত বিশ্বপতি কোটি বিশ্বব্যাপক হে’ মহামনাধীপ বিশ্বজীৱন জ্যোতি প্ৰণতি, প্ৰণতি, প্ৰণতি ।।
-
Avravedi Ur Lyrics By Jyoti Prasad Agarwala
Song: Avravedi Ur (অভ্ৰভেদী উৰ) Singer: Jyoti Prasad Agarwala Avravedi Ur Lyrics Avravedi Ur Lyrics:— উৰ উৰ উৰ উৰ অভ্ৰভেদী উৰ নীল আকাশত উৰ, তৰাৰ মাজত উৰ সবাৰে ওপৰে উৰ অ’ মোৰ তিনিবৰণীয়া ভাৰতৰে পতাকা । আলোকি বিমান উৰ অ’ মোৰ ভাৰতৰে বিজয় নিচান । সত্যৰ আলোকেৰে দিগন্ত উজলি অহিংস শান্তিৰ বাণী প্ৰচাৰি মহান সূৰুযৰ দৰে দীপ্তিমান…
-
Aamare Xokhiya Lyrics By Jyoti Prasad Agarwala
Song: Aamare Xokhiya (আমাৰে সখিয়া) Singer: Jyoti Prasad Agarwala Aamare Xokhiya Lyrics Aamare Xokhiya Lyrics:– আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই সপোনত কোঁৱৰে আহুদি আনিলে মতলীয়া সখী খাই । দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই ফাগুনৰ বতাহে গাতে ছাটি মাৰে গাতে ছাটি মাৰি যায় । চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ গাতে উৱাদিহে নাই সখিয়াৰ…
-
Hopun Paror Moi Lyrics By Jyoti Prasad Agarwala
Song: Hopun Paror Moi (সপোন পাৰৰ মই) Singer: Jyoti Prasad Agarwala Hopun Paror Moi Lyrics Hopun Paror Moi Lyrics:— সপোন পাৰৰ মই সপোন কুঁৱৰী অমিয়া মাধুৰী মই আনো বিচাৰি মই যে মায়াবিনী মই যে কুহকিনী হাঁহি কান্দোনৰ কথা দিওঁ সুঁৱৰি সুখ দুখ কত চাওঁ হাঁহো মৃদু মৃদু কৰি ।।
-
Junaki Karengot Lyrics By Jyoti Prasad Agarwala
Song: Junaki Karengot (জোনাকী কাৰেঙত) Singer: Jyoti Prasad Agarwala Junaki Karengot Lyrics Junaki Karengot Lyrics:– জোনাকী কাৰেঙত কোনে বীণ বায় ? জোনাকী কাৰেঙত কোনে বীণ বায় ? পোহৰে পোহৰে হাঁহি বিলায় । আমাৰে নিমাতীৰ কোনে মাত ফুটাব ওঁঠতে হাঁহিটি দিব ফুলাই আমাৰ নিমাতীজনী নীল সাগৰৰ হীৰা মণি অৰুণৰ হাঁহিৰে মুখনি বোলোৱা আলাসৰ প্ৰতিমাখনি হাঁহো হাঁহো কৈ চকু…
-
Mur Raag Karabire Lyrics By Jyoti Prasad Agarwala
Song: Mur Raag Karabire (মোৰ ৰাগ কৰবীৰে) Singer: Jyoti Prasad Agarwala Mur Raag Karabire Lyrics Mur Raag Karabire Lyrics:– মোৰ ৰাগ কৰবীৰে পতা ল’বি পূজা চিৰ সুন্দৰ ! হে চিৰ সুন্দৰ ! তোৰে সুৰেৰে মই ৰচিলোঁ কতনো গান বুজা-নুবুজা ল’বি পূজা । মোৰ যত অভিনৱ গান বিকশিত কমলৰ গন্ধ সমান মনে মনে সোণোৱালী সপোন বিভোৰ সপোনৰো সপোনত…
-
Xaat Hagoror Dekh Lyrics By Jyoti Prasad Agarwala
Song: Xaat Hagoror Dekh (সাত সাগৰৰ দেশ) Singer: Jyoti Prasad Agarwala Xaat Hagoror Dekh Lyrics Xaat Hagoror Dekh Lyrics:— সাত সাগৰৰ দেশ বিদেশৰ তেৰ নদীৰ পাৰে আমাৰ দেশৰ নানা বৰণৰ নানান নিচান উৰে । নানা খনিকৰে নানা কাৰিকৰে যতনেৰে যিখিনি কৰে নোহোৱা নোপোৱা কত অমূল্য বাহানি গঢ়িছে নৰে । তাকে তোমালৈ মাত পাবলৈ আনিছো সকলোটি মাতা অ’…
-
Bowa Bowa Dakkhin Moloya Lyrics | Jyoti Prasad Agarwala
Song: Bowa Bowa Dakkhin Moloya (বোঁৱা বোঁৱা দক্ষিণ মলয়া) Singer: Jyoti Prasad Agarwala Bowa Bowa Dakkhin Moloya Lyrics Bowa Bowa Dakkhin Moloya Lyrics:– বোঁৱা বোঁৱা দক্ষিণ মলয়া তটিনী গোৱা সমীৰণে আহি পৰাণ জুৰালে আ-হা । কোন নন্দনত পাৰিজাত ফুলে বিলাই সুৰভি বিয়াকুল কৰে কোন তটিনী বয়, কুলু কুলু কুলু কুলু কুলু কুলু কুলু কুলু কুলু কই নিজৰি,…
-
Kane Kane Aji Xei Kotha Lyrics By Zubeen Garg
Song: Kane Kane Aji Xei Kotha (কানে কানে আজি সেই কথা) Singer: Zubeen Garg Kane Kane Aji Xei Kotha Lyrics Kane Kane Aji Xei Kotha Lyrics:– শুনা শুনা কানে কানে আজি সেই কথা কোৱা কোৱা মনে মনে আজি সেই কথা বহুদিনৰে সাৱতি থকা নোপোৱা বহু বেথা এন্ধাৰ ৰাতিৰ জোনাকী তুমি মোৰ জীৱন ছবিত মনৰ হেপাহো…
-
Aalfule Moromote Lyrics By Zubeen Garg
Song: Aalfule Moromote (আলফুলে মৰমতে) Singer: Zubeen Garg Aalfule Moromote Lyrics Aalfule Moromote Lyrics:– আলফুলে মৰমতে এনে বতৰতে ৰিঙা ৰিঙা লাগে নাই তই কাষতে কিনো আবেগতে এনে বহাগতে মোৰ মন পদুলিতে কোনে ৰিঙি মাৰে আলফুলে মৰমতে এনে বতৰতে ৰিঙা ৰিঙা লাগে নাই তই কাষতে জুমি জুমি চা দূৰণিলে মই আছো ৰৈ বিহুতলীতে আলফুলে মৰমতে এনে…