Category: Old Assamese Lyrics
-
Kun Kot Aso Lyrics By Jyoti Prasad Agarwala
Song: Kun Kot Aso (কোন ক’ত আছ) Singer: Jyoti Prasad Agarwala Kun Kot Aso Lyrics Kun Kot Aso Lyrics:— কোন ক’ত আছ আহ অ’ ডেকা ল’ৰা তই সমুখত হ’ থিয় মাতৃ পূজাৰ ভাগ ল’বলৈ দেৰি কৰ কিয় ? শুৱনি প্ৰকৃতি শুৱাই থকা অসম দেশৰে ছোৱালী অ’ তই পাছে পৰি পৰি থাক কিয় ? অসম দেশৰে ছোৱালী অ’…
-
Jai Rupmugdha Lyrics By Jyoti Prasad Agarwala
Song: Jai Rupmugdha (জয় ৰূপমুগ্ধ) Singer: Jyoti Prasad Agarwala Jai Rupmugdha Lyrics Jai Rupmugdha Lyrics:— জয় ৰূপমুগ্ধ জয় সুৰমুগ্ধ জয় জয় অৰূপজ ৰূপকুমাৰ ৰূপে ৰসে গন্ধে বৰ্ণে গানে সুৰ লয় তালে মানে লোৱা লোৱা প্ৰাণৰে পূজাৰ ষোড়শোপচাৰ জয় জয় অৰূপজ ৰূপকুমাৰ ।।
-
Jaga Abhinaba Sonde Lyrics By Jyoti Prasad Agarwala
Song: Jaga Abhinaba Sonde (জাগা অভিনৱ ছন্দে) Singer: Jyoti Prasad Agarwala Jaga Abhinaba Sonde Lyrics Jaga Abhinaba Sonde Lyrics:– জাগা অভিনৱ ছন্দে কণ্ঠে কণ্ঠে মৌন মুগ্ধ যত শব্দ কমল দল অৰ্ব্বুদবৃন্দে জাগা অমৃত সুৰ বাণী পৰমানন্দে ।।
-
O Amar Gaon Lyrics By Jyoti Prasad Agarwala
Song: O Amar Gaon (অ’ আমাৰ গাওঁ) Singer: Jyoti Prasad Agarwala O Amar Gaon Lyrics O Amar Gaon Lyrics:– অ’ আমাৰ গাওঁ আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি, মৰিবলৈ যাওঁ । ভৰপূৰ তামোলৰে সেউজীয়া পথাৰেৰে দূৰতে জিলিকি থকা অ’ আমাৰ গাওঁ । দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল’ৰা ডেকেৰী নহয় পাছ পৰা অ’ আমাৰ…
-
Bonoriya Ami Lyrics Jyoti Prasad Agarwala
Song: Bonoriya Ami (বনৰীয়া আমি) Singer: Jyoti Prasad Agarwala Bonoriya Ami Lyrics Bonoriya Ami Lyrics:— বনৰীয়া আমি বনৰ চৰাই বনে বনে ফুৰোঁ অনাই বনাই অনাই বনাই আমি, অনাই বনাই আমি অনাই বনাই অ’ অনাই বনাই । উ-উ-উ-উ-উ-উ, উ-উ-উ । ভৈয়ামৰে মইনা তই পোহনীয়া পখী বনৰীয়া মইনাৰে পতালিহি সখী ঘৰৰ কথা আমি বনত পাতি বনৰ কথা আমি ঘৰত…
-
Biswa Bijoyi Nabajuwan Lyrics By Jyoti Prasad Agarwala
Song: Biswa Bijoyi Nabajuwan (বিশ্ববিজয়ী নৱজোৱান) Singer: Jyoti Prasad Agarwala Biswa Bijoyi Nabajuwan Lyrics Biswa Bijoyi Nabajuwan Lyrics:— বিশ্ববিজয়ী নৱজোৱান, বিশ্ববিজয়ী নৱজোৱান ! শক্তিশালী ভাৰতৰ ওলাই আহা ওলাই আহা সন্তান তুমি বিপ্লৱৰ । সমুখ সমৰ সমুখতে মুক্তি যুঁজাৰু হুঁচিয়াৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতা খুলি দুৱাৰ । অগ্নিবৃষ্টি আহিব লাগিছে গৰজিছে বজ্ৰপাত শিলাবৃষ্টি ভূমিকম্প হ’ব সহস্ৰ উল্কাপাত…
-
O Xokhi Ahibo Piya Lyrics By Jyoti Prasad Agarwala
Song: O Xokhi Ahibo Piya (অ’ সখি আহিব পিয়া) Singer: Jyoti Prasad Agarwala O Xokhi Ahibo Piya Lyrics O Xokhi Ahibo Piya Lyrics:— অ’ সখি আহিব পিয়া ৰূপহী জোনৰে কিৰণ জকেমকাই বিৰিখৰ পাততে আহিব পিয়া । সখীৰে চকুৰে নিয়ৰ জকে মকাই লাৱনী গালতে আহিব পিয়া । আমাৰে সখীয়ে ইনাই বিনাই বিৰহৰ বেদনাতে মিলন বাসনাতে আহিব পিয়া ।।
-
Janu Janu Janu Song Lyrics By Jyoti Prasad Agarwala
Song: Janu Janu Janu (জানো জানো জানো) Singer: Jyoti Prasad Agarwala Janu Janu Janu Song Lyrics Janu Janu Janu Song Lyrics:– জানো জানো জানো বিফলে নাযায় মোৰো গানো মোৰ য’ত অশ্ৰুজল তীৰ্থ জলেৰে মিলি উজলিব পৃথিৱীৰ কোষাই কোষাই জানো জানো জানো । মোৰ য’ত অভিনৱ গান বিকশিত কমলৰ গন্ধ সমান জানো জানো জগাব সি বিশ্বৰ প্ৰাণো ।…
-
Haju Ho Nabajuwan Lyrics By Jyoti Prasad Agarwala
Song: Haju Ho Nabajuwan (সাজু হ নৱজোৱান) Singer: Jyoti Prasad Agarwala Haju Ho Nabajuwan Lyrics Haju Ho Nabajuwan Lyrics:— সাজু হ’, সাজু হ’, নৱজোৱান সাজু হ’, সাজু হ’, নৱজোৱান তই কৰিব লাগিব অগ্নিস্নান । জীৱন যৌৱন কৰি প্ৰাণপণ ৰাঙলী কৰি দে ৰণাংগন জয় শংখ বজা পৃথিৱী কঁপাই অত্যাচাৰকো কৰি বৰণ । স্বাধীনতা ধন নতু মৰণ লোহাৰে শিলেৰে…
-
Mur Aaji Xandhiyar Lyrics By Jyoti Prasad Agarwala
Song: Mur Aaji Xandhiyar (মোৰ আজি সন্ধিয়াৰ) Singer: Jyoti Prasad Agarwala Mur Aaji Xandhiyar Lyrics Mur Aaji Xandhiyar Lyrics:— মোৰ আজি সন্ধিয়াৰ গানৰ কথা প্ৰাণেৰে মনেৰে সুৰেৰে গঁথা গোপনৰ বাণী মৰমেৰে সানি গানতে মিলাই গালে উলিয়াব জানো তোৰ চকুৰ পানী? আকুল ই কণ্ঠৰ গানে ক’ব জানো তোৰ কাণে কাণে মোৰ হিয়া নিজানৰ নুফুটা ব্যাথা? মোৰ আজি সন্ধিয়াৰ…