Category: Old Assamese Lyrics

  • Axomi Aaire Lalita Palita Lyrics | Bhupen Hazarika

    Song: Axomi Aaire Lalita Palita (অসমী আইৰে লালিতা-পালিতা) Singer: Bhupen Hazarika Axomi Aaire Lalita Palita Lyrics Axomi Aaire Lalita Palita Lyrics:– অসমী আইৰে লালিতা-পালিতা মই তোলনীয়া জী অসমীৰ সন্মান সদায়ে ৰাখিমে আৰুনো কওঁ মই কি? অসমীৰ মাতষাৰ আজীৱন শুনিলোঁ অসমীৰ মাতষাৰ আজীৱন শিকিলোঁ বিহুসুৰ বিনন্দীয়া, বৰগীত জিকিৰক তামোল দি মানিলোঁ বাটিলোঁ মুগাৰ বটীয়া ; বৰলুইত পাৰৰে শীতলকৈ…

  • Jibon Jura Khyatiye Lyrics | Bhupen Hazarika

    Song: Jibon Jura Khyatiye (জীৱন জোৰা খ্যাতিয়ে) Singer: Bhupen Hazarika Jibon Jura Khyatiye Lyrics Jibon Jura Khyatiye Lyrics:– জীৱন জোৰা খ্যাতিয়ে যদি জীৱনটোকে খায়, বহু ধনৰ লোভে যদি মানুহ পাহৰায়, মানুহ পাহৰায় মানুহ যদি মানুহৰে হয় অন্তৰায়, তেনে দূৰতে থক খ্যাতি আৰু মিছা ব্যৱসায়, মিছা ব্যৱসায় | ধনৰ বাবেই মনৰ যদি বেহা বেপাৰ হয়, যৌতুককে সঙ্গী বুলি…

  • Jodi Jibone Kande Lyrics | Bhupen Hazarika

    Song: Jodi Jibone Kande (যদি জীৱনে কান্দে) Singer: Bhupen Hazarika Jodi Jibone Kande Lyrics Jodi Jibone Kande Lyrics:– যদি জীৱনে কান্দে ‘নাই নাই’ বুলি যদি দুখতে উৰে ধৰণীৰ ধুলি নিৰাশাই আশাবোৰ ভাঙিব খুজিলে মই গোৱা গীতটি গাবা ৷৷ এটি বগলী যদি অকলে অকলে উৰি উৰি যোৱা দেখাঁ সাগৰৰ ফালে ৷ বিৰাটক সৰু ক্ষণে ভবাই তুলিলে মই ৰচা…

  • Akakhi Janere Lyrics | Bhupen Hazarika

    Song: Akakhi Janere (আকাশী যানেৰে) Singer: Bhupen Hazarika  Akakhi Janere Lyrics Akakhi Janere Lyrics:– আকাশী যানেৰে উৰণীয়া মনেৰে দোকমোকালিতে পশ্চিমৰে পৰা, বঙ্গৰে পৰা মাৰিলো উ…ৰা…..। মোৰ লক্ষ্যস্থান হ’ল তেজপুৰ আকাশী যানেৰে ৷ মই লাহে লাহে ধৰিত্রী এৰিলোঁ মই উৰি উৰি মেঘতে সাঁতুৰিলোঁ মোৰ মন বগ আজি দেখোঁ বিমান হ’ল মোৰ বিমানখনি দেখোঁ কল্পনা হ’ল কাৰ মিঠা মাতে…

  • Ei Prithibi Ek Lyrics | Bhupen Hazarika

    Song: Ei Prithibi Ek (এই পৃথিৱী এক) Singer: Bhupen Hazarika Ei Prithibi Ek Lyrics Ei Prithibi Ek Lyrics:– এই পৃথিৱী এক ক্ৰীড়াঙ্গন ক্ৰীড়া হʼল শান্তিৰ প্ৰাঙ্গণ। এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়াঙ্গন যৌৱন যʼত আজি জ্যোৰ্তিম্ময় অসুস্থ এলাহক এফলীয়া কৰি (যʼত) জীৱনৰ গতি হয় কৰ্মময়, কৰ্ম্মময়। বিচ্চিন্নতাৰ নীতি নালাগে কাম্য সমন্বয় ক্ৰীড়াবিদে নেজানে একতা বিনে একতাৰ ধিয়ানতে তন্ময়।…

  • Anamika Bidai Lyrics | Bhupen Hazarika

    Song: Anamika Bidai (অনামিকা বিদায়) Singer: Bhupen Hazarika Anamika Bidai Lyrics Anamika Bidai Lyrics:– অনামিকা বিদায়, তোমাক জনাওঁ বিদায়, মিঠা সপোনৰ বিলাস ঘৰ, তোমাক লৈয়েই গঢ়াৰ সময় যে নাই, অনামিকা বিদায়, তোমাক জনাওঁ বিদায় | আহত আকাশ ক’তো নাই সুখ, হতাশাত ভাগি পৰা মানুহৰ মুখ; মনৰ চেতাৰ কোনো শুনোতা যে নাই মনৰ চেতাৰ কোনো শুনোতা যে নাই…

  • Kio Ei Hongjom Asoron Lyrics | Bhupen Hazarika

    Song: Kio Ei Hongjom Asoron (কিয় এই সংযমহীন আচৰণ) Singer: Bhupen Hazarika Kio Ei Hongjom Asoron Lyrics Kio Ei Hongjom Asoron Lyrics:– কথা : জানকী, গাভৰু : ওঁ ডেকা : কিয় এই সংযমহীন আচৰণ? গাভৰু : কিয়? গীত : গাভৰু : এই ধুনীয়া গধূলি লগন সংযমহীন আচৰণ সমাজৰ আঁৰতে নিয়ম ভাঙি কিয় দুয়ো দুয়োতে মগন? কথা :…

  • Pasolir Bagisa Horu Bagisa Lyrics | Bhupen Hazarika

    Song: Pasolir Bagisa Horu Bagisa (পাচলিৰ বাগিচা সৰু বাগিচা) Singer: Bhupen Hazarika Pasolir Bagisa Horu Bagisa Lyrics Pasolir Bagisa Horu Bagisa Lyrics:— পাচলিৰ বাগিচা সৰু বাগিচা মোৰ সৰু বাগিচা জানো দেখিছা ? তাত মই ৰুইছোঁ পাচলি ইমান সৰিয়হ ফুলবোৰ ফুলিছে কিমান ! সৰু সৰু কোৰেৰে নিজে কোৰ মাৰোঁ সৰু সৰু খন্তিৰে নিজে চহ কৰোঁ | আবেলি পাচলিত…

  • O Bandh O Xiparor Bandh Lyrics | Bhupen Hazarika

    Song: O Bandh O Xiparor Bandh (অʼ বান্ধ, অʼ সিপাৰৰ বান্ধ) Singer: Bhupen Hazarika O Bandh O Xiparor Bandh Lyrics O Bandh O Xiparor Bandh Lyrics:– নাৱৰীয়া ১মঃ- অʼ বান্ধ, অʼ সিপাৰৰ বান্ধ, শুনা এন্ধাৰ ইটো পাৰ কাল ধুমুহাই ঢাকে আকাশ কৰাচোন সিপাৰ (মোক) কৰাচোন সিপাৰ। নাৱৰীয়া ২য়ঃ- মেঘ বৰষুণ নেউচি মই তোমাক কৰিম পাৰ; পিছে, সিপাৰ…

  • Dilit Bharotor Akhar Pratik Lyrics | Bhupen Hazarika

    Song: Dilit Bharotor Akhar Pratik (দিলিত ভাৰতৰ আশাৰ প্ৰতীক) Singer: Bhupen Hazarika Dilit Bharotor Akhar Pratik Lyrics Dilit Bharotor Akhar Pratik Lyrics:— দিলিত ভাৰতৰ আশাৰ প্ৰতীক জয় মহাত্মা গান্ধী মোহন ৰূপেৰে জগত মুহিলাঁ প্ৰেমৰ ডোলেৰে বান্ধি। সৰ্বধৰ্মৰেই অৰ্থ বুজিলাঁ বিশ্ব প্ৰেমেৰেই মথি মানৱতাৰ জ্যোতি মহান প্ৰচাৰি অমৃত বাণী। অৰ্ধাহাৰী কৃষক ৰূপেৰে কিঞ্চিৎ বস্ত্ৰধাৰী শান্ত সৌম্য ক্ষীণ দধীচি…