Category: Old Assamese Lyrics
-
Rang Diya Morom Lyrics | Zubeen Garg | Shreya Ghoshal
Song – Rong Diya Morom Artist – Zubeen Garg, Shreya Ghoshal Film – Ramdhenu Rang Diya Morom Lyrics Rang Diya Morom Lyrics :– ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু ৰং জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু এবুকু মৰমৰ বাহিৰে, মোৰ বুলিবলে আছে কিনো মিঠা মিঠা সপোনে…
-
Ejak Borokhune Muk Lyrics | Zubeen Garg
Title: Jantra Album: Jantra Artist: Zubeen Garg Music: Zubeen Garg Year: 2004 Ejak Borokhune Muk Lyrics Ejak Borokhune Muk Lyrics:– এজাক বৰষুণে মোক ধুই থৈ গ’ল এজাক সুবাসে মোক চুই থৈ গ’ল কোমল কোমল তোমাৰ ওঠৰ পৰসে চজল চজল তোমাৰ চকুৰ মৰমে পাগল পাগল পাগল পাগল কৰি গ’ল এতিয়া ক’লৈ যাওঁ তোমাকে ক’তেনো পাওঁ শুকান শুকান শুকান শুকান মাটিলে নিজান নিজান নিজান নিজান পথতে অভিনব তোমাৰ অনুভৱ নিলিম নিলিম নিলিম নিলিম আশাতে অসীম অসীম অসীম অসীম সপোনতে সপোন যেন দিঠক অচিন অচিন অচিন অচিন তোমাৰ মিথা কথাতে সেউজ সেউজ তোমাৰ হিয়াৰ ভাষাতে ক্লান্তিও যেন সুলভ থুনুক থুনুক তোমাৰ ওঠৰ শব্দে ৰুনুক জুনক নুপুৰ বজাই হিয়াতে দিয়া কি গীত সুৰৰ এজাক বৰষুণে মোক ধুই থৈ গ’ল এজাক সুবাসে মোক চুই থৈ গ’ল পুৱাল পুৱাল পুৱাল পুৱাল হিয়াকে চুব দিয়া চুব দিয়া মোকে অন্ধ মই প্ৰেমতে উগুল থুগুল উগুল থুগুল ভাষাতে কৰুণ কৰুণ কৰুণ কৰুণ আশাতে …
-
Jag Jag Jag Mojdur Lyrics | Bishnu Prasad Rabha
Song: Jag Jag Jag Mojdur (জাগ জাগ জাগ মজদুৰ) Singer: Bishnu Prasad Rabha Jag Jag Jag Mojdur Lyrics Jag Jag Jag Mojdur Lyrics:— ব’ল ব’ল ব’ল কৃষক শক্তি দল অ’ বনুৱা সমনীয়া আগ বাঢ়ি যাওঁ ব’ল ব’ল ব’ল ব’ল কৃষক শক্তি দল অ’ বনুৱা সমনীয়া আগ বাঢ়ি যাওঁ ব’ল জাগ জাগ জাগ মজদুৰ নজোৱান জাগ জাগ জাগ…
-
Xunore Xopun Vangi Lyrics | Bishnu Prasad Rabha
Song: Xunore Xopun Vangi (সোনৰে সপোন ভাঙি) Singer: Bishnu Prasad Rabha Xunore Xopun Vangi Lyrics Xunore Xopun Vangi Lyrics:— সোনৰে সপোন ভাঙি পুৱঁতি নিশা সোনালী ঊষা তন্দ্ৰালস আসি মেলি উঠে জাগি উঠে জাগি আউল বাউল খোপাটি খুলি আবেশ আকুল দেহাটি তুলি ঘূমতি হাৰা নয়নতৰা অলপ খুলি অলপ মেলি উঠে জাগি উঠে জাগি (উক্ত ৰচনাৰ অন্য তথ্য আমি…
-
O Axomiya Deka Dol Lyrics | Bishnu Prasad Rabha
Song: O Axomiya Deka Dol (অ’ অসমীয়া ডেকা দল) Singer: Bishnu Prasad Rabha O Axomiya Deka Dol Lyrics O Axomiya Deka Dol Lyrics:– অ’ অসমীয়া ডেকা দল অ’ অসমীয়া ডেকা দল অ’ অসমীয়া ডেকা দল অ’ অসমীয়া ডেকা দল আজি তোৰে তেজাল বদন মলিন কিয় হ’ল মলিন কিয় হ’ল মলিন কিয় হ’ল অ’ অসমীয়া ডেকা দল…
-
Tezere Bulere Likhi Jam Lyrics | Bishnu Prasad Rabha
Song: Tezere Bulere Likhi Jam (তেজৰ বোলেৰে লিখি যাম ) Singer: Bishnu Prasad Rabha Tezere Bulere Likhi Jam Lyrics:– তেজৰ বোলেৰে লিখি যাম ইতিহাস মচি যাম দীন সমাজৰ হীন পৰিহাস তেজৰ বোলেৰে লিখি যাম ইতিহাস মচি যাম দীন সমাজৰ হীন পৰিহাস কত শ্বহীদৰ দুখৰ জীৱনী লিখা কত ব্যথিতৰ বেদনাৰ ছবি অঁকা কত শ্বহীদৰ দুখৰ জীৱনী লিখা কত ব্যথিতৰ…
-
Jik Mik Dewalir Banti Lyrics | Bhupen Hazarika
Song: Jik Mik Dewalir Banti (জিক্ মিক্ দেৱালীৰ বন্তি) Singer: Bhupen Hazarika Jik Mik Dewalir Banti Lyrics Jik Mik Dewalir Banti Lyrics:— জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে এন্ধাৰত কান্দে কোনে অকলে অকলে, জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে এন্ধাৰত কান্দে কোনে অকলে অকলে, ওচৰা-ওচৰি দুটি ঘৰ এটি পঁজা আনটো ৰজা ঘৰ, ৰজাঘৰে হাঁহে মাথো পঁজাটিত বন্তি নজ্বলে, জিক্…
-
Pratham Prahar Ratri Lyrics | Bhupen Hazarika
Song: Pratham Prahar Ratri (প্ৰথম প্ৰহৰ ৰাত্ৰি) Singer: Bhupen Hazarika Pratham Prahar Ratri Lyrics Pratham Prahar Ratri Lyrics:– প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা । শুনা সখি শকুন্তলা তুলি বান্ধা খোপা।। দ্বিতীয় প্ৰহৰ ৰাত্ৰি ফুলি আছিল তগৰ। শুনা সখি ৰূপৱতী নধৰা জগৰ।। তৃতীয় প্ৰহৰ ৰাত্ৰি ফুলিলে শেৱালি। কেতেকীয়েও তোমাৰ হিয়াত দিলে পৰাগ ঢালি।। আইদেউৰ গালৈকে চাবকে নোৱাৰি।…
-
Arun Kiron Xiror Bhuxan Lyrics | Bhupen Hazarika
Song: Pratham Prahar Ratri (প্ৰথম প্ৰহৰ ৰাত্ৰি) Singer: Bhupen Hazarika Pratham Prahar Ratri Lyrics Pratham Prahar Ratri Lyrics:– প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা । শুনা সখি শকুন্তলা তুলি বান্ধা খোপা।। দ্বিতীয় প্ৰহৰ ৰাত্ৰি ফুলি আছিল তগৰ। শুনা সখি ৰূপৱতী নধৰা জগৰ।। তৃতীয় প্ৰহৰ ৰাত্ৰি ফুলিলে শেৱালি। কেতেকীয়েও তোমাৰ হিয়াত দিলে পৰাগ ঢালি।। আইদেউৰ গালৈকে চাবকে নোৱাৰি।…
-
A Bijuli Nase Lyrics | Bhupen Hazarika
Song: A Bijuli Nase (এʼ বিজুলি নাচে) Singer: Bhupen Hazarika A Bijuli Nase Lyrics A Bijuli Nase Lyrics:– কথা : এʼ বিজুলি নাচে, চিক্মিক্ চিক্মিক্ অʼ ডম্বৰু বাজিলে, ডুগ্, ডুগ্, ডুগ্, ডুগ্। গীত : ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰু মেঘে বজায় ডম্বৰু চিক্মিক্ বিজুলী নাচে হেʼ চিক্মিক্ বিজুলী এ’ চিক্মিক্ বিজুলী। সৰু সৰু গাঁৱৰে সৰুকণহঁতৰে সৰু সৰু…