Category: Old Assamese Lyrics

  • Biswa Xobhat Lyrics | Jyoti Prasad Agarwala

    Song: Biswa Xobhat (বিশ্ব সভাত) Singer: Jyoti Prasad Agarwala Biswa Xobhat Lyrics Biswa Xobhat Lyrics:– বিশ্ব সভাত  গান গাবলৈ  কোন যাবি কোন যাবি জন পূজাৰ মনৰ কাজল পিন্ধি আহিবি ৷ খোপাতে তই পিন্ধি লবি নতুন আমৰ মল মাটিৰ ঘটত ভৰি লবি সেৱাতীৰ্থ জল বুকুতে তই লবি আঁৰি নতুন ফুলৰ সাতেসৰী নতুন ভাবৰ বাখৰপতা জোনবিৰি তই পিন্ধি নতুন…

  • Amare Bhonti Xubo A Lyrics | Bhupen Hazarika

    Song: Amare Bhonti Xubo A (আমাৰে ভনটি শুব এʼ) Singer: Bhupen Hazarika Amare Bhonti Xubo A Lyrics Amare Bhonti Xubo A Lyrics:– আমাৰে ভনটি শুব এʼ সপোনৰ দেশলৈ যাব এʼ শুকুলা ৰঙৰে মিঠাকৈ সপোনক দিঠকৰ ৰূপকে দিব। আমাৰে ভন্টি মহিলা হʼব আৰোগ্য নিকেতন গঢ়িব বিজ্ঞানেৰে ৰুগীয়াজনকে সুঠাম তেজাল কৰিব এʼ জীৱন মধুৰ হʼব।। শুকুলা চিকুণ বৰকৈ ঘৰটিত…

  • O Thunuka Kasghar Lyrics | Bhupen Hazarika

    Song: O Thunuka Kasghar (অ’ থুনুকা কাঁচঘৰ) Singer: Bhupen Hazarika O Thunuka Kasghar Lyrics O Thunuka Kasghar Lyrics:— অ’ থুনুকা কাঁচঘৰ তই বান্ধিবি কিমান মোৰ মন পখীক সীমাৰ পৰিধি টানি । সৌ অসীম আকাশ মোৰেই বাবে বাট চাই আছে কামনাৰ ৰহন সানি।। জানো মৰণ-জীৱন একেটি নদীৰ দুপাৰৰে দুটি ঘাট শুনো মৰণ হেনো শ্যাম সমান নিতে বাঁহী বায়…

  • Ek Dui Tini Sari Lyrics | Jayanta Hazarika

    Song: Ek Dui Tini Sari (এক দুই তিনি চাৰি) Singer: Jayanta Hazarika Ek Dui Tini Sari Lyrics Ek Dui Tini Sari Lyrics:— এক দুই তিনি চাৰি যুতি দিলো গৰু গাড়ী অ’ দেখিছা নে হাতীয়ে চলায় দেখিছা নে হাতীয়ে চলায় হাতীয়ে চলায় এক দুই তিনি চাৰি যুতি দিলো গৰু গাড়ী অ’ দেখিছা নে হাতীয়ে চলায় দেখিছা নে…

  • Ki Je Tumar Hongo Priya Lyrics | Bhupen Hazarika

    Song: Ki Je Tumar Hongo Priya (কি যে তোমাৰ সংগ প্ৰিয়া) Singer: Bhupen Hazarika Ki Je Tumar Hongo Priya Lyrics Ki Je Tumar Hongo Priya Lyrics:— কি যে তোমাৰ সংগ প্ৰিয়া মিঠা তোমাৰ সংগ, তোমাৰ অংগ জ্বলন্ত জুই মই যে পতংগ । জীৱনৰ ৰস যিমান তৃষ্ণাও বাঢ়ে সিমান এই নিশা নেলাগে সোণ কথাৰ প্ৰসংগ ।। তোমাৰ অংগ…

  • Jibon Xindhu Bohu Bindure Hoi Lyrics | Bhupen Hazarika

    Song: Jibon Xindhu Bohu Bindure Hoi (জীৱন-সিন্ধু বহু বিন্দুৰে হয়) Singer: Bhupen Hazarika Jibon Xindhu Bohu Bindure Hoi Lyrics Jibon Xindhu Bohu Bindure Hoi Lyrics:— জীৱন-সিন্ধু বহু বিন্দুৰে হয় যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ। অলস চিন্তা অগভীৰ আঁচনিয়ে জয়ৰ বাসনা কৰে চূৰ্ণ।। অসমবাসী এমুঠি মানুহ তাতে যদি হয় নানান প্ৰভেদ সামূহিক মংগল হয় মষিমূৰ উমি উমি থাকে…

  • Jauti Jugiya Dhone Mur Lyrics | Jyoti Prasad Agarwala

    Song: Jauti Jugiya Dhone Mur (যাউতিযুগীয়া ধনে মোৰ) Singer: Jyoti Prasad Agarwala Jauti Jugiya Dhone Mur Lyrics Jauti Jugiya Dhone Mur Lyrics:— যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন প্ৰাণতে দিলা মোক মৰম কুমলীয়া মনত সোঁৱৰণী সুৱদীয়া বুকুত ভালে পোৱা অ’ মোৰ প্ৰাণ যাউতিযুগীয়া ধনে মোৰ অ’। যাউতিযুগীয়া ধন। স্মৃতিৰ ছবিখনি প্ৰণয়…

  • Maghore Mahote Lyrics | Bhupen Hazarika

    Song: Maghore Mahote (মাঘৰে মাহতে) Singer: Bhupen Hazarika Maghore Mahote Lyrics Maghore Mahote Lyrics:— তেৰশ চৌৱন্নৰ মাঘৰে মাহতে ষোল্লৰে বিয়লি বেলা পৃথিৱীৰ শিৰতে ব্ৰজপাত পৰিলে বাপুজী কʼলৈনো গʼলাঁ ? এন্ধাৰৰ মাজেদি জোঁৰ লৈ আহিলাঁ অশেষ যাতনা ভেদি মৰমৰ হাঁহিৰে হেংদান ভাঙিলাঁ অসত্যক কেনিবা খেদি।। পৃথিৱীখনিয়ে হিংসাৰ তেজেৰে যেতিয়া ৰাঙলী হʼল অহিংসাৰ বাণীৰে ধুৱালা-পখালা শতৰু বিস্ময় গʼল।। অকলে…

  • Eiye Mur Xekh Gaan Lyrics | Bishnu Prasad Rabha

    Song: Eiye Mur Xekh Gaan (এয়ে মোৰ শেষ গান) Singer: Bishnu Prasad Rabha Eiye Mur Xekh Gaan Lyrics Eiye Mur Xekh Gaan Lyrics:— এয়ে মোৰ শেষ গান | মোৰ জীৱন-নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান | পাতনিতে বালোঁ ধেমালি নান্দী ভঙ্গী সূত্ৰধাৰ হাঁহি বিননিয়ে ভাও দিলোঁ নানা বোৱালোঁ অশ্ৰু ধাৰ নৱ-নৱ ৰসে বালোঁ ভাৱ নাও আশাৰ নিৰাশাৰ আজি…

  • Xurore Deulore Lyrics | Bishnu Prasad Rabha

    Song: Xurore Deulore (সুৰৰে দেউলৰে) Singer: Bishnu Prasad Rabha Xurore Deulore Lyrics Xurore Deulore Lyrics:– সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী পূজাৰী অ’ সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী পূজাৰী অ’ পূজাৰী অ’ সুন্দৰ পূজাৰী অ’ সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী অ’ যাউতি যুগীয়া বৰগীত অমিয়া বনগীত সুৰীয়া বনগীত সুৰীয়া…