Category: Bishnu Prasad Rabha

  • Kaar Nu Bin Baje Lyrics By Bishnu Prasad Rabha

    Song: Kaar Nu Bin Baje (কাৰ নো বীণ বাজে) Singer: Bishnu Prasad Rabha Kaar Nu Bin Baje Lyrics Kaar Nu Bin Baje Lyrics:— কাৰ নো বীণ বাজে ওৰে দিন বাজে গুণ গুণ গুণ গুণ গুণ গুণ কাৰ নো বীণ … বীণ বৰাগীৰ নূপুৰ বাজে ৰুণ জুণ জুণ জুণ জুণ জুণ কাৰ নো বীণ … তালে তালে হালে…

  • Nayanor Sokulu Loi Lyrics By Bishnu Prasad Rabha

    Song: Nayanor Sokulu Loi (নয়নৰ চকুলো লৈ) Singer: Bishnu Prasad Rabha Nayanor Sokulu Loi Lyrics Nayanor Sokulu Loi Lyrics:— নয়নৰ চকুলো লৈ চোৱা কিয় মুখলৈ কৰুণ অৰুণ আঁখি বিষাদ পাহিৰে ঢাকি আছা কিয় তাতে ৰৈ? ডকা চাকনৈয়া আনি নিশাৰে কালিমা সানি নোবোৱাবা লোৰ নৈ ।।

  • Modar Ful Lyrics By Bishnu Prasad Rabha

    Song: Modar Ful (মদাৰ ফুল) Singer: Bishnu Prasad Rabha Modar Ful Lyrics Modar Ful Lyrics:— মদাৰ ফুল ৰাঙলী বোল আদৰ তোৰ নাই হে বৰ বঙলাত সেই ফুলে বৰ আদৰ পাই ৰে । আমি খাটি খোৱা মানুহ জাতত আমাক হীন বুলি কয় ফুল বাবু হ’লে বৰ মন পাই কামত হ’লে একোৱেই নাই ৰে । বৰ বৰ মানুহৰ বান্দৰামিয়ে…

  • Ful Kuworir Lyrics By Bishnu Prasad Rabha

    Song: Ful Kuworir (ফুল কুঁৱৰীৰ) Singer: Bishnu Prasad Rabha Ful Kuworir Lyrics Ful Kuworir Lyrics:— ফুল কুঁৱৰীৰ ৰস চুমি লৈ পলাই ভোমোৰা মুখ ঢাকি তাই কান্দে লুকাই আপোন পাহৰা । সেই ফুলকে বুটলি আনি তিয়ালো চকুলো সানি গাঁঠিলো ফুলৰ মালা ৰসেৰে ভৰাই । সেই ফুলৰেই মালাধাৰি ল’লো মোৰ ডিঙিতে আঁৰি সেই স্মৃতিটি সুৱৰি মই হ’লো বিভোৰা ।

  • Roi Roi Keteki Lyrics By Bishnu Prasad Rabha

    Song: Roi Roi Keteki (ৰৈ ৰৈ কেতেকী) Singer: Bishnu Prasad Rabha Roi Roi Keteki Lyrics Roi Roi Keteki Lyrics:— ৰৈ ৰৈ কেতেকী বিনাঅ’ অমাতৰ মাত কৰে সমনীয়া লগে চেমনীয়া আহ উৰণীয়া মেলি দিওঁ হাত অমাতৰ মাত । জোনবাই আনি দিম শাৰী পাতি ওমলিম শিতানতে শুব দিম সোণৰ সঁজাত অমাতৰ মাত ।

  • Hiri Biri Hiri Biri Lyrics By Bishnu Prasad Rabha

    Song: Hiri Biri Hiri Biri (হিৰি বিৰি হিৰি বিৰি) Singer: Bishnu Prasad Rabha Hiri Biri Hiri Biri Lyrics Hiri Biri Hiri Biri Lyrics:– হিৰি বিৰি হিৰি বিৰি হেই অ’ হেই হেই নীলাকৈ আকাশ তৰাফুল বছা কিয়নো ঐ হাঁহিৰে সপোন ৰচা । বাৰিষাৰ ডাৱৰত বিজুলীৰ খেলা কিয়নো ঐ সৰগৰ সঁফুৰা মেলা হিৰি বিৰি হিৰি বিৰি হেই অ’ হেই…

  • O Jume Jume Lyrics By Bishnu Prasad Rabha

    Song: O Jume Jume (অ’ জুমে জুমে) Singer: Bishnu Prasad Rabha O Jume Jume Lyrics O Jume Jume Lyrics:— অ’ জুমে জুমে আহ কেঁচা সোণ আহ বনুৱাৰ দল ন-পোহৰৰ জিলিক সানি যাওঁ আগুৱাই ব’ল । যুগমীয়া সাঁচতীয়া জা জাৱৰি মলি চিকুণাই যাওঁ গা জোকাৰি দেহাৰ পুৰণি ধূলি নতুন সাজত নতুন ভাবত ন ধৰাত উজ্বলি আগুৱাই যাওঁ লগৰীয়া‌…

  • Melani Belar Bidai Logon Lyrics By Bishnu Prasad Rabha

    Song: Melani Belar Bidai Logon (মেলানি বেলাৰ বিদায় লগন) Singer: Bishnu Prasad Rabha Melani Belar Bidai Logon Lyrics Melani Belar Bidai Logon Lyrics:— মেলানি বেলাৰ বিদায় লগন যেতিয়া আহিব চাপি, উঠিবনে প্ৰিয়ে তেতিয়া এবাৰ হৃদয় তোমাৰ কঁপি? বিদায় ক্ষণত থাকিলে নীৰৱ পাবা একোটি আভাস, সেই আভাসে মোৰ হৃদয়ৰে শেষ মিনতিৰ শ্বাস । গধূলি বেলিকা দেৱ নাম লিখা…

  • Garib Hiyar Alekh Pradip Lyrics By Bishnu Prasad Rabha

    Song: Garib Hiyar Alekh Pradip (গৰীৱ হিয়াৰ অলেখ প্ৰদীপ) Singer: Bishnu Prasad Rabha Garib Hiyar Alekh Pradip Lyrics Garib Hiyar Alekh Pradip Lyrics:– গৰীৱ হিয়াৰ অলেখ প্ৰদীপ জ্বালি কৌটি দুখীয়াৰ তপত ৰুধিৰ ঢালি পাতে ধনীয়ে দীপালি । বাহু ব্যথিতৰ হিয়াই হিয়াই প্ৰলয় নাচন শিখাই শিখাই তুলি দাবানল দুখ উজ্বলাই উঠে বিপ্​লব্ জ্বলি পাতে ধনীয়ে দীপালি । পীড়িতৰ…

  • Bidai Belika Lyrics By Bishnu Prasad Rabha

    Song: Bidai Belika Lyrics (বিদায় বেলিকা) Singer: Bishnu Prasad Rabha Bidai Belika Lyrics Bidai Belika Lyrics:— বিদায় বেলিকা জুৰুলা হিয়া মোৰ কি সতেনো গীত গাওঁ চলচলীয়া চকুত কান্দোনৰ চাব বিৰিঙি উঠে বেজাৰত বেজাৰে নিৰলে চকু জুৰি মোৰ চকুলোৰে সোঁত বোৱাই যায় বিদায় … ।