Category: Old Assamese Lyrics
-
Kaitiya Xonxarotei Lyrics By Jyoti Prasad Agarwala
Poem: Kaitiya Xonxarotei (কাঁইটীয়া সংসাৰতেই) Writer: Jyoti Prasad Agarwala Kaitiya Xonxarotei Lyrics Kaitiya Xonxarotei Lyrics:— কাঁইটীয়া সংসাৰতেই গোলাপ হৈ ফুলিম গেলা বোকাৰ সঁচা মিছাৰ বুকু ফালি পদুম কলি পোহৰলৈ উঠিম মেলিম পাহি হাঁহি হাঁহি সমীৰণত উটিম গোন্ধতে মোৰ অন্ধ হৈ নীলাআকশত ঘূৰিম তোক বিচাৰি ফুৰিম ৷৷
-
Kalor Kulat Jilikise Lyrics By Jyoti Prasad Agarwala
Song: Kalor Kulat Jilikise (কালৰ কোলাত জিলিকিছে) Singer: Jyoti Prasad Agarwala Kalor Kulat Jilikise Lyrics Kalor Kulat Jilikise Lyrics:— কালৰ কোলাত জিলিকিছে জয় ত্যাগৰ আজলি লৈ আহ অ’ আহ অ’ জননীৰে পূজাৰ সৌণালী সময় ৷ আজি অৰুণালোক পুৱতি দেশে দেশে জ্বলি গ’ল অগ্নিবাতি ৷ জাগ আজি অন্ধ অলস মুক্ ভাতৃ জাগ ভাৰতৰ জয় যাত্ৰী জিঞ্জিৰী যাব বুলি…
-
Kar Ondho Sokut Lyrics By Jyoti Prasad Agarwala
Poem: Kar Ondho Sokut (কাৰ অন্ধ চকুত) Writer: Jyoti Prasad Agarwala Kar Ondho Sokut Lyrics Kar Ondho Sokut Lyrics:— কাৰ অন্ধ চকুত জ্বলিছে দিব্যমণি গন্ধবিভোৰ কোন বলিয়াই আঁউসী নিশা লেখ লেখিছে তৰা গণি গণি জ্বলিছে দিব্যমণি ৷ কোন নোপোৱাই ওআইছে সোণৰ খনি খুদ বিচৰা কোন ভিকহুৰ স্বপ্নত মিলে ননী ৷ আজি, মৰুভূমিৰ শুকান বালিত ফুলিছে গোলাপ পাহি…
-
Kar Tez Aji Lyrics By Jyoti Prasad Agarwala
Poem: Kar Tez Aji (কাৰ তেজ আজি) Writer: Jyoti Prasad Agarwala Kar Tez Aji Lyrics Kar Tez Aji Lyrics:— কাৰ তেজ আজি নৱজীৱনৰ ছন্দৰূপেৰে বয় কাৰ চকুপানী নৌ মচোতেই মুকুতা মণিটি হয় ? কাৰ জীৱনৰ জ্বলিছে চাকিটি মৃত্যুৰ থাপনাত কাৰ তিয়াগৰ অগ্নিৰে আজি স্বাধীনতা প্ৰতিভাত ? আন্ধাৰ বিদাৰি আনি দিলে কোনে জন জীৱনৰ নৱপ্ৰভাত…
-
Kar Xuworoni Lyrics By Jyoti Prasad Agarwala
Poem: Kar Xuworoni (কাৰ সোঁৱৰণি) Writer: Jyoti Prasad Agarwala Kar Xuworoni Lyrics:— কাৰ সোঁৱৰণি তোৰ চকুপানী ভোৰ, দৃষ্টি কৰিলে বন্ধ অ’ মোৰ ব’ৰাগী অন্ধ! কাৰ বিৰহত তোৰে চৌপাষে উৰিছে আকুল ব্যাকুল বনগন্ধ ৷ অ’ মোৰ ব’ৰাগী অন্ধ! উমানে উমানে বাটে বাটে যাৱ ঘৰ কেনেকৈ চিনি পাৱ? তই, গুণ গুণকৈ কি গান বিনাৱ আকাশৰ পিনে মুদা চকুৰে কিহৰ…
-
Kar Hahitiye Lyrics By Jyoti Prasad Agarwala
Poem: Kar Hahitiye (কাৰ হাঁহিটিয়ে ) Writer: Jyoti Prasad Agarwala Kar Hahitiye Lyrics Kar Hahitiye Lyrics:— কাৰ হাঁহিটিয়ে মোৰ ফুলনিৰ ফুলে পাতে ৰূপ লয় কাৰ হাঁহিটিয়ে নিফুট গানেৰে ঘোষে নতুনৰ জয় ৷ কাৰ হাঁহি লাগি সাৰ পাই উঠে বৰ্ণ গন্ধ গান সঞ্জীৱনীৰে কাৰনো হাঁসিৰ শিয়ঁৰাই তোলে দলিত, পীড়িত, মহাজনতাৰ, সঞ্চিত অভিযান ৷
-
Karkhanar Bonuwa Lyrics By Jyoti Prasad Agarwala
Poem: Karkhanar Bonuwa (কাৰখানাৰ বনুৱা) Writer: Jyoti Prasad Agarwala Karkhanar Bonuwa Lyrics Karkhanar Bonuwa Lyrics:— কাৰখানাৰ বনুৱা নতুন দিনৰ ৰণুৱা নতুন মনৰ মনুৱা মই জয় হাতুৰিৰ জয়, জয় বটালিৰ জয় কোৰ কটাৰিৰ জয় জয় ভাগৰৰ ভোক পিয়াহৰ জয় কপালৰ পৰা ভৰিত পৰা ঘাম টোপালৰ জয় ৷ কাৰখানাৰ বনুৱা নতুন দিনৰ ৰণুৱা নতুন মনৰ মনুৱা মই ৷ মই…
-
Kuk Kuk Lyrics By Jyoti Prasad Agarwala
Song: Kuk Kuk (কুক্ কুক্) Singer: Jyoti Prasad Agarwala Kuk Kuk Lyrics Kuk Kuk Lyrics:— কুক্ কুক্ কুক্ কুক্ কুক্ কুক্ মাতে বন-ম’ৰা জিৰ্ জিৰ্ জিৰ্ জিৰ্ নিজৰা ৰৈ যা ৰৈ যা ফেনে-ফোটোকাৰে লগতে লৈ যা লৈ যা মোৰে বনৰীয়া বনৰে চিলনী মৰমেৰে ভৰা ৷
-
Andharedi Kune Lyrics By Jyoti Prasad Agarwala
Song: Andharedi Kune (আন্ধাৰেদি কোনে) Singer: Jyoti Prasad Agarwala Andharedi Kune Lyrics Andharedi Kune Lyrics:— আন্ধাৰেদি কোনে পোহৰ বিচাৰি যায় কোন বননিৰ সোণ হৰিণাই দেও দি দি লৰি চক্ খাই উঠি ন জোনাবাই চায় ৷ ন জোনাবাইৰ জোনাকত কোনে জগত ৰূপালী দেখ’ আন্ধাৰত বহি পোহৰৰ ৰেখা কোনে গণি পঢ়ি লেখ’ ন জোনটিৰ বুকুত বাঢ়ে পূৰ্ণিমাৰেই জোন মোৰ…
-
Aru Tu Nilikhu Podum Kolir Lyrics By Jyoti Prasad Agarwala
Song: Aru Tu Nilikhu Podum Kolir (আৰু তো নিলিখোঁ পদুমকলিৰ) Singer: Jyoti Prasad Agarwala Aru Tu Nilikhu Podum Kolir Lyrics Aru Tu Nilikhu Podum Kolir Lyrics:— আৰু তো নিলিখোঁ পদুমকলিৰ কবিতা মই সখি আৰুতো নাচাওঁ পদুম কলিৰ পাহিবোৰ লেখি লেখি ৷ আজি মই গান বোকাত জহি যোৱা মানুহৰ জয়গান কঁপাই জনৰ প্ৰাণ, যি প্ৰাণৰ অভ্যুদয়ে নোহোৱা নোপজা…