Category: papon assamese song
-
Nilanjana Lyrics
Nilanjana Lyrics Song: Nilanjana Singer: Papon Lyrics: Jananjoy Saikia Nilanjana Lyrics নিজানৰ এটি অবুজ কোলাহলে বান্ধি ৰাখে দুটি মন দুচকুতে আছিলো সজাই ভাল লগা এটি ক্ষন সুৰ বোৰে তাতেই ভেজা লাগি মৌনতা হয় উজাই খুজি খুপি বুকুতে বহি ৰয় কিনো বাহিন বজাই নীলাঞ্জনা… মোৰ আকাশৰ ফাগুন চুৱানা এটি সুৰ পলাশৰ পৰিশৰ জাজাবৰ… ফাগুনৰে দুপৰিয়া তাতে…
-
Protidine Tumi Diya Aahi (প্ৰতিদিনে তুমি দিয়া আহি) By Angaraag Mahanta (Papon) | Lyrics In Assamese
Song: Protidine Tumi Diya Aahi (প্ৰতিদিনে তুমি দিয়া আহি) Singer: Angaraag Mahanta (Papon) Protidine Tumi Diya Aahi (প্ৰতিদিনে তুমি দিয়া আহি) Lyrics In Assamese:—- প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল, প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল, এপাহি হাঁহি এপাহি দুখ, তাৰেই সজাই তোৰো মুখ, প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল | আকাশে গাতে ল’বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে…….. অ….আকাশে গাতে ল’বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে…….. সোনালি হৈ থাক, তোমাৰে মোৰে সময়, বুকুৱে বুকুৱে, ৰৈ যায় যেন মধুমই…….. হৃদয় কপোৱা গান এটি, পোৱা নোপোৱা সুৰ এটি, তাতেই হেৰাই চন্দ মোৰ হয়তো বা, তথাপি সপোনৰ, সপোনৰে দিঠকৰ, তোমাকে আদৰো, সেন্দুৰীয়া বাটত…….. প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল, প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল, এপাহি হাঁহি এপাহি দুখ, তাৰেই সজাই তোৰো মুখ | প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল,…
-
Sinaki Sinaki Mukh (চিনাকি চিনাকি মুখ) | Osinaki Mon (অচিনাকি মন) Lyrics | Angaraag Mahanta (Papon)
Song Name: Sinaki Sinaki Mukh (চিনাকি চিনাকি মুখ) Singer Name: Angaraag Mahanta (Papon) Sinaki Sinaki Mukh (চিনাকি চিনাকি মুখ) | Osinaki Mon (অচিনাকি মন) Lyrics:– চিনাকি চিনাকি মুখ অচিনাকি মন, মুখা পিন্ধি সকলোচোন নিজতেই মগন, চিনাকি চিনাকি মুখ অচিনাকি মন, মুখা পিন্ধি সকলোচোন নিজতেই মগন, ইমান কোলাহল লাগিছে আমনি, নীলা আকাশখন ইয়াতযেন নেদেখি, হেই চিনাকি চিফুঙৰ সুৰে মাতিচে বাৰে বাৰে, চিনাকি চিনাকি মুখ অচিনাকি মন মুখা পিন্ধি সকলোচোন নিজতেই মগন…… ইমান আদৰ আইৰে মাতত, চেনেহৰে উম বিনন্দীয়া, নৈৰে ঘাটৰ জুৰ মলয়াত, জীৱন জূৰুৱা মাদকতা, সাৰদি নিশাৰ জোনাকতে, কহোৱা কোঁমল সপোন জাগে, শেৱাঁলি ফুলৰ সোবাস লাগি, মন উৰনীয়া হয় মোৰ বাৰে বাৰে, চিনাকি চিনাকি মুখ অচিনাকি মন মুখা পিন্ধি সকলোচোন নিজতেই মগন…… ঘূৰি চালে অতিতৰে মিঠা অনুভূতি, সাহসৰে সুৰ হয় মন হকতি, ঘূৰি চালে অতিতৰে মিঠা অনুভূতি, পাঁও সেই সৰলতা সংস্কৃতি, দেশৰ কাহিনী মূলা জয়মতি , লাচিতৰে সেই শৰাইঘাট, আইতাই গোৱা বৰগীত ঘোষা, নীৰৱে কপে কলিজাত….. চিনাকি চিনাকি মুখ অচিনাকি মন, মুখা পিন্ধি সকলোচোন নিজতেই মগন, আকাশ পিয়াখি মানুহৰ বাবে,…
-
Jonake Bisare Ki (জোনাকে বিচাৰে কি ) Lyrics | Angaraag Mahanta
Song Name: Jonake Bisare Ki (জোনাকে বিচাৰে কি)Singer: Angaraag Mahatnta Jonake Bisare Ki (জোনাকে বিচাৰে কি ) Lyrics::: জোনাকে বিচাৰে কি, ফাগুনী বতাহে সোৱৰাই কি, তোমাকে তোমাকে তোমাকে তোমাকে, তোমাকে তোমাকে তোমাকে তোমাকে,জোনাকে বিচাৰে কি ….. দোকমোকালি পুৱা কুলিৰ বিননি, বেদনাই আহি দুচকু তিয়ায়, ডাৱৰে আৱৰে সপোন মোৰ, বতাহে নিলে উৰুৱাই, জোনাকে বিচাৰে কি….. জোনাকৰ ৰাতি তিৰবিৰ…