Category: Porohi Puwate Lyrics

  • Porohi Puwate Lyrics | Bhupen Hazarika

    Song: Porohi Puwate (পৰহি পুৱাতে) Singer: Bhupen Hazarika Porohi Puwate Lyrics  Porohi Puwate Lyrics:— পৰহি পুৱাতে টুলুঙা নাৱতে ৰংমন মাছলৈ গ’ল মাছকে মাৰিবলে’ নেলাগে যাবলে’ ধুমূহা আহিবৰ হ’ল । ক’ৰবাত কেনেবাকে’ ঘঁৰিয়ালে ধৰিব বৈ যাব তেজৰে ধল গধূলিৰে পৰতে বৰহমপুত্ৰৰ মাজতে ৰংমন নাইকিয়া হ’ল হিয়াখনি ভুকুৱাই আকাশলে’ চাই চাই ৰহদৈ বাউলী হ’ল অ’ ঢৌ যাঃ গুচি নিশাকে…