Category: Pratham Dekhatei Lyrics
-
Pratham Dekhatei Lyrics | Jitul Sonowal
Song: Pratham Dekhatei (প্ৰথম দেখাতেই) Singer: Jitul Sonowal Pratham Dekhatei Lyrics Pratham Dekhatei Lyrics:— প্ৰথম দেখাতেই ভাবিছিলো বহু কথা ক’ম বুলি ন’হল কোৱা আজিও ন’হল কোৱা এতিয়া যাবৰ হ’ল আপোন ঘৰলৈ দুৰলৈ দুৰলৈ দুৰলৈ পাও যদি কেতিয়াবা চিনাকি ঘাটত মইতো নুফুলো আৰু তোমাৰ বনত তোমাৰো যে নাথাকিব উৰণিয়া মন মন মোৰ থাকি যাব সপোন ঘাটত…