Category: Pratidhwani Shunu Lyrics
-
Pratidhwani Shunu Lyrics | Bhupen Hazarika
Song: Pratidhwani Shunu (প্ৰতিধ্বনি শুনো) Singer: Bhupen Hazarika Pratidhwani Shunu Lyrics Pratidhwani Shunu Lyrics:— প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো | কাণ পাতি শুনো মই বুজিব নোৱাৰো চকু মেলি চাওঁ মই মনিব নোৱাৰো চকু মুদি ভাবো মই ধৰিব নোৱাৰো হেজাৰ পাহাৰ মই বগাব নেজানো নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো |…