Category: Puwotir Ganokei Lyrics
-
Puwotir Ganokei Lyrics By Jyoti Prasad Agarwala
Song: Puwotir Ganokei (পুৱতিৰ গানকেই) Singer: Jyoti Prasad Agarwala Puwotir Ganokei Lyrics Puwotir Ganokei Lyrics:— পুৱতিৰ গানকেই লিখি শেষ কৰা নাই সন্ধিয়াৰ গান আহে মোক লিখ বুলি মোক লিখ বুলি লেখনীত ধৰি হাঁহে ৷ ৰবি অ’ সন্ধিয়াৰ গান নকৰিবি অভিমান তোৰ দেশলৈ যাম তোক লাখোলাখ চমা খাম, ৰাতি তই টোপনি যাবি যেতিয়া তৰাৰ সভালৈ যাম ৷৷