Category: Rim Jhim Borokhune
-
Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) – Lyrics | Bhupen Hazarika
Song: Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) Singer: Bhupen Hazarika Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) – Lyric:– ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণে নেপুৰ বজাই ক’ত ক’ত, গিৰ্ গিৰ্ ডাৱৰেনো মাদল বজাই ক’ত এই অসম দেশত অসম দেশত…. হে মাইহাং বাতিত খোৱাৰ পানী যাচে কোনে ক’ত, কাৰ পদূলিৰ কেতেকীনো মলে মলাই ক’ত এই অসম দেশত অসম দেশত…………