Category: Sristir Xupanot Lyrics
-
Sristir Xupanot Lyrics By Mintu Kumar Nath
Song: Sristir Xupanot (সৃষ্টিৰ সোপানত) Singer: Mintu Kumar Nath Sristir Xupanot Lyrics Sristir Xupanot Lyrics:— সৃষ্টিৰ সোপানত এখোজ দুখোজে যাম আগুৱাই আমি যাম আগুৱাই যাম । হেঁপাহৰ প্ৰাণৰে দলিচা পাৰি আমি বিজয়ৰ গীতি গাই যাম যাম আগুৱাই যাম নৱ-নৱ কাঁচোনেৰে কাঁচি অসমীক সুনিমল সেউজ সজাম নৱ-নৱ কুসুমৰ ৰূপ মাধুৰী অসমীৰ বুকুত বুলাম । সৃষ্টিৰ … তোমাৰ বুকুতেই…