Category: vreegu kashyap
-
Xundori Pomila Lyrics By Vreegu Kashyap
Song: Xundori Pomila (সুন্দৰী পমিলা) Singer: Vreegu Kashyap Xundori Pomila Lyrics Xundori Pomila Lyrics:— সুন্দৰী পমিলা তক দেখা পাই মন পগলা ৰচকী পমিলা তই হিৰইন মধুবালা সুন্দৰী পখিলা তক দেখিলে হওঁ পগলা ৰচকী পমিলা তই হিৰইন মধুবালা বহাগৰ পৰা চতলৈ তকে মৰম দি যাম বুকুৰে উজনি নামনি মই লেখি লওঁ তৰ নাম সুন্দৰী পমিলাৰ প্ৰেমতে মৰ হলেও হব বদনাম সুন্দৰী পমিলাৰ প্ৰেমতে মৰ হলেও হব বদনাম অচিন কথাৰে থু্ৰা লগাই নলবি তই বিপদ চপায় বহু দিনৰ চিনাকী মই কলিজাতে ৰস শুমাই দেহাতে তোৰ দেহা লগাই মৰমতে মৰম বৰাই সপোনৰে বাটে বাটে লগৰী হমেই সদায় বহাগৰ পৰা চতলৈ তকে মৰম দি যাম বুকুৰে উজনি নামনি মই লেখি লওঁ তৰ নাম সুন্দৰী পমিলাৰ প্ৰেমতে মৰ হলেও হব বদনাম সুন্দৰী পমিলাৰ প্ৰেমতে মৰ হলেও হব বদনাম মোৰে সচায় হবি হিনে নুশুধু তক কোনো দিনে ধৰি ললো নিজৰ বুলি উৰেতো জীৱনলে দেহা যদি থাকে ভালে কপালেও টানি নিলে সাজিম এখন আশাৰে ঘৰ দুয়োৰে বহিবলে বহাগৰ পৰা চতলৈ তকে মৰম দি যাম বুকুৰে উজনি নামনি…
-
Laje Laje Rolahi Lyrics By Vreegu Kashyap
Song: Laje Laje Rolahi (লাজে লাজে ৰলাহী) Singer: Vreegu Kashyap Music: Pinkal Pratyush Laje Laje Rolahi Lyrics Laje Laje Rolahi Lyrics:— লাজে লাজে ৰলাহী লাজুকীয়া মুখনি ধীৰে ধীৰে কলাহী তুমি অভিমানৰ অভিমানী মোৰ মৰমতে নো অভিমানী তুমি হলে বিলীন হম যেন লাগে তোমাৰ বুকুৰে মাজতে সৌ নিলিমাৰে আকাশত উৰি যাব খোজে—– প্ৰতি পলে বুকুতেনো ফুলে তোমাৰ…
-
Moni Nobow Lyrics | Vreegu Kashyap New Assamese Song
Song: Moni Nobow (মনি নবৌ) Singer: Vreegu Kashyap Moni Nobow Lyrics Moni Nobow Lyrics:— দেওবৰীয়া বজাৰলে মনি নবৌ সদায় আহে মোৰেনো লগৰবোৰে জোকাই নবৌক ধেমালিতে এ নবৌ কেনে আছে ভনীজনি ভালেই চাগে কথাটি নেপাহৰো মইওঁ জানা সোধিবলে ভনীয়েকৰ কথা সোধাত উঠি যায় নবৌৰ খং ভাৱে চাগে ভনীতকৈ মই হ’লো কম দেওবৰীয়া বজাৰলে মনি নবৌ সদায় আহে মোৰেনো লগৰবোৰে জোকাই নবৌক ধেমালিতে এ বায়েৰৰ ঘৰলে এ খুলখালি সদায় চোন বাট ধৰিছা ভিনি ভিনি বুলি এ খুলখালি আমাৰো মন মোহিছা একেখন ঘৰলৈ নে একেখন গাওঁলৈ মন মেলিছা গাওঁ ডেকা মাজত এ খুলখালি কুকুৰাঁ যুঁজ পাতিছা ভনীয়েকৰ কথা শুনি উঠি যায় মনি নবৌৰ খং ভাৱে চাগে ভনিতকৈ মই কিহতনো বাৰু কম দেওবৰীয়া বজাৰলে মনি নবৌ সদায় আহে মোৰেনো লগৰবোৰে জোকাই নবৌক ধেমালিতে এই ঘটিল এই ঘটনা সিদিনা দুপৰীয়া হঠাৎ আমাৰ দাদাই চোন লগালে হুৱা দুৱা এই ঘটিল এই ঘটনা সিদিনা দুপৰীয়া হঠাৎ আমাৰ দাদাই চোন লগালে হুৱা দুৱা আমিবোৰ আকৌ ভাৱি…
-
RAMDHENU (ৰামধেনু) Lyrics – New Assamese Song | VREEGU KASHYAP | JUNAAK BORAH | DEVOLEENA
SONG: RAMDHENU (ৰামধেনু) SINGER: VREEGU KASHYAP LYRICS: JUNAAK BORAH RAMDHENU (ৰামধেনু) Lyrics – In Assamese:– অ জোনাকৰে ৰাতি দুচকুলে চালে অভিমানি যেন লাগে অ দুভৰিত দুভৰি ৰাখি তুমি কাণে কাণে কথা ক’লে তেজে তেজে বৈ আহে নৈ নামি অহা বৰষা হৈ বুকুৰে মাজলৈ লাহে লাহে কৈ আহা মনলৈ বুকুতে ৰামধেনুৰ ৰং সানি লৈ খিৰিকী খুলি চোৱাহি জুমি থিতাপি লৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ আহা ছাঁয়া হৈ লাহে লাহে ধীৰে ধীৰে ধীৰে ধীৰে কৈ উম পাহাৰে পাহাৰে সানে মৰম চুব নোৱাৰা হ’লেও চকুৱে চকুৱে সপোন সপোনও সাজে ঘৰ দিঠকে নাজানিলেও নিৰৱে নিৰৱে পাখি মেলি উৰা মাৰে দুহাত লৈ চিলাৰ দৰে সপোনৰ কোচলে লাহে লাহে কৈ আহা মনলৈ বুকুতে ৰামধেনুৰ ৰং সানি লৈ খিৰিকী খুলি চোৱাহি জুমি থিতাপি লৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ আহা ছাঁয়া হৈ লাহে লাহে ধীৰে ধীৰে ধীৰে ধীৰে কৈ উম পলে পলে উৰি যায় মন সপোনৰ সাগৰলে এবাৰ ডুবি চাবলে মনে মনে গনিছো ক্ষন সপোন সচাঁ হ’বলে তোমাকে পাবলে…