Category: Lyrics

  • Tennessee Orange Song Lyrics – AssameseLyrical

    Tennessee Orange Song Details Artist Released Album Megan Moroney 2023 Lucky Tennessee Orange Song Lyrics Mama, I’m callin’, I’ve got some news Don’t you tell Daddy, he’ll blow a fuse Don’t worry, I’m doin’ okay I know you raised me to know right from wrong It ain’t what you think and I’m still writin’ songs…

  • Oi Jaan Oi (ঐ জান ঐ) Lyrics | In Assamese | Zubeen Garg

    SONG: Oi Jaan Oi (ঐ জান ঐ)SINGER: Zubeen Garg Oi Jaan Oi (ঐ জান ঐ) Lyrics In Assamese :- ঐ জান ঐ আকাশ খন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ আকাশ খন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান দূৰনিতে, ঐ জান তুমি থাকা ঐ জান সপোনত হৈ, ঐ জান আমাৰ দেখা ঐ জান ঐ…… ঐ জান আহিল বৰদৈচিলা ঐ জান ঐ দিলে বিহুৰ বতৰা ঐ জান আহিল বৰদৈচিলা ঐ জান ঐ দিলে বিহুৰ বতৰা ঐ জান ঐ জাকে জাকে বিহুৱা ঐ জান ঐ ৰঙত হৈ বলিয়া ঐ জান তুমি আহিবা ঐ জান কপৌফুল আনিবা ঐ জান মোৰ ধিলা খোপাত ঐ জান তুমি গুজি দিবা ঐ জান ঐ…… ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান আনে জানো দিব ঐ জান তোমাৰ অন্তৰক ঐ জান কোনে বুজি পাব…

  • RAMDHENU (ৰামধেনু) Lyrics – New Assamese Song | VREEGU KASHYAP | JUNAAK BORAH | DEVOLEENA

    SONG: RAMDHENU (ৰামধেনু) SINGER: VREEGU KASHYAP LYRICS: JUNAAK BORAH RAMDHENU (ৰামধেনু) Lyrics – In Assamese:– অ জোনাকৰে ৰাতি দুচকুলে চালে অভিমানি যেন লাগে অ দুভৰিত দুভৰি ৰাখি তুমি কাণে কাণে কথা ক’লে তেজে তেজে বৈ আহে নৈ নামি অহা বৰষা হৈ বুকুৰে মাজলৈ লাহে লাহে কৈ  আহা মনলৈ বুকুতে ৰামধেনুৰ ৰং সানি লৈ খিৰিকী খুলি চোৱাহি জুমি থিতাপি লৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ আহা ছাঁয়া হৈ লাহে লাহে ধীৰে ধীৰে ধীৰে ধীৰে কৈ উম পাহাৰে পাহাৰে সানে মৰম চুব নোৱাৰা হ’লেও চকুৱে চকুৱে সপোন সপোনও সাজে ঘৰ দিঠকে নাজানিলেও নিৰৱে নিৰৱে পাখি মেলি উৰা মাৰে দুহাত লৈ চিলাৰ দৰে সপোনৰ কোচলে লাহে লাহে কৈ  আহা মনলৈ বুকুতে ৰামধেনুৰ ৰং সানি লৈ খিৰিকী খুলি চোৱাহি জুমি থিতাপি লৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ আহা ছাঁয়া হৈ লাহে লাহে ধীৰে ধীৰে ধীৰে ধীৰে কৈ উম পলে পলে উৰি যায় মন সপোনৰ সাগৰলে এবাৰ ডুবি চাবলে মনে মনে গনিছো ক্ষন সপোন সচাঁ হ’বলে তোমাকে পাবলে…

  • Kun Tumi (কোন তুমি) Assamese Song – Lyrics | Zubeen Garg

    SONG: Kun Tumi (কোন তুমি)SINGER: Zubeen Garg Kun Tumi (কোন তুমি) Assamese Song – Lyrics:– Let me hold your hand Let me feel your soul Give me a chance To turn your life around Let me hold your hand Let me feel your soul Give me a chance To turn your life around Life around……. কোন তুমি…….…