Category: Xaar Pam Moi Lyrics

  • Xaar Pam Moi Lyrics By Nirmal Prabha Bordoloi

    Song: Xaar Pam Moi (সাৰ পাম মই) Singer: Nirmal Prabha Bordoloi  Xaar Pam Moi Lyrics Xaar Pam Moi Lyrics:— সাৰ পাম মই পুৱতি নিশাতে নিয়ৰ যেতিয়া সৰে বাটৰ শুকান ধূলিক সেমেকা যিটো প্ৰহৰে কৰে আই মোক জগাবি আই মোক জগাবি । মই চাব খোজো হেঙুলী বেলিয়ে আন্ধাৰ কেনেকৈ নাশে ফুলাৰ মন্ত্ৰ কেনেকৈ সিঁচে কুসুমৰ কাষে কাষে উদং…