Category: Xaliki O Lyrics
-
Xaliki O Lyrics By Archana Mahanta
Song: Xaliki O (শালিকী অ’) Singer: Archana Mahanta Xaliki O Lyrics Xaliki O Lyrics:— শালিকী অ’.. অবুজন চৰাইজনী তৰা তাতত পৰি কেলেই চিঙিলিহি সূতা!! অ’ শালিকীজনী.. চোতালত চাইছ’ কি? পুৱতি নিশাতে উঠি সাৰি থৈছো ৰাতিটো টোপনি খতি! আজি যে আহিব অ’ শালিকীজনী আজিয়েই অহাৰ কথা কেলেই চিঙিলিহি সূতা! শালিকী অ’.. অবুজন চৰাইজনী তৰা তাতত পৰি কেলেই চিঙিলিহি…