Song: Bohagor Borokhun (ব’হাগৰ বৰষুণ)
Singer: Anima Choudhury
Lyrics: Gita Hatikakati
Composer: Hemen Hazarika
Bohagor Borokhun Lyrics |
Bohagor Borokhun Lyrics:–
(ব’হাগৰ বৰষুণ) × ২
(ৰুণ ঝুন ঝুন) ×৩
(সুকোমল গীতৰ মূৰ্চ্ছনা) ×২
শাওনৰ বৰষুণ…!
(গুণ গুণ গুণ) ×৩
(সকৰুণ ছন্দৰ অন্তৰা) ×২
হ’লোঁ আমি
অস্থায়ী গীতৰ প্ৰথমা…!
বৰষুণ…!
(ৰুণ ঝুন ঝুন) ×৩
(প্ৰথম পৰিচয় নয়নে নয়ন
চঞ্চল চাৱনিত লাজৰ ভৰণ) ×২
নিদাৰুণ ৰীতি-নীতিত
আমি হ’ম লয়
গীত হ’ব প্ৰীতিৰ বন্দনা…
বৰষুণ….
(ৰুণ ঝুন ঝুন) ×৩
(সমীৰে সানি দিব সুষমা সোৱাদ) ×২
বৰষুণে গাব গীত মধু পঞ্চমা
(ঋতুৱে ঋতুৱেই আহে আৰু যায়) ×২
অংকুৰ ফুল হৈ যাচে অৰ্চনা
বৰষুণ…!
(ৰুণ ঝুন ঝুন) ×৩
(সুকোমল গীতৰ মূৰ্চ্ছনা) ×২
শাওনৰ বৰষুণ…!
(গুণ গুণ গুণ) ×৩
(সকৰুণ ছন্দৰ অন্তৰা) ×২
হ’লোঁ আমি অস্থায়ী
গীতৰ প্ৰথমা..!
বৰষুণ…!
(ৰুণ ঝুন ঝুন) ×৩
Leave a Reply