Song: Bihu Gamosate (বিহু গামোচাতে)
Singer: Jyoti Prasad Agarwala
Bihu Gamosate Lyrics |
Bihu Gamosate Lyrics:—
বিহু গামোচাতে
আচুৰে নাবাছি
গুণাৰে বাছিলি ফুল
জীৱনত লগালি কিনো সেন্দুৰীয়া
কিনো আপদীয়া ভুল৷
ফুলতে বাছিলি
তোৰে পদুম চকু
দেখি মোৰ হেন্দোলে বুকু
হাঁহিৰে বোলোৱা সূতাৰে বোলোৱা
চলালি মৰমৰ মাকো৷
ফুলাম গামোচাৰে ব’লি অ’ লখিমী
যাউতিযুগীয়া
প্ৰাণৰে সাঁকো৷৷
Leave a Reply