Category: Bihu Gamosate Lyrics
-
Bihu Gamosate Lyrics By Jyoti Prasad Agarwala
Song: Bihu Gamosate (বিহু গামোচাতে) Singer: Jyoti Prasad Agarwala Bihu Gamosate Lyrics Bihu Gamosate Lyrics:— বিহু গামোচাতে আচুৰে নাবাছি গুণাৰে বাছিলি ফুল জীৱনত লগালি কিনো সেন্দুৰীয়া কিনো আপদীয়া ভুল৷ ফুলতে বাছিলি তোৰে পদুম চকু দেখি মোৰ হেন্দোলে বুকু হাঁহিৰে বোলোৱা সূতাৰে বোলোৱা চলালি মৰমৰ মাকো৷ ফুলাম গামোচাৰে ব’লি অ’ লখিমী যাউতিযুগীয়া প্ৰাণৰে সাঁকো৷৷