Poem: Kaitiya Bonoloi Najabi (কাঁইটীয়া বনলৈ নাযাবি)
Writer: Jyoti Prasad Agarwala
Kaitiya Bonoloi Najabi Lyrics |
Kaitiya Bonoloi Najabi Lyrics:—
কাঁইটীয়া বনলৈ নাযাবি নাযাবি
কাঁইটে বিন্ধিব তোক
দুবৰি বনতে তয়ে নুফুৰিবি
ভৰিতে লাগিব জোক ৷
কেতেকীৰ আঁৰতে
ফেটিৰ মূৰত জ্বলে
মানুহে নোপোৱা মণি
অতলৰ তলতে
প্ৰবালৰ খনি ৷
তোক বিচাৰি মোৰ গান
তালৈকো যাব
বিপদ চুমা খাব ৷৷
Leave a Reply