Category: Kaitiya Bonoloi Najabi Lyrics
-
Kaitiya Bonoloi Najabi Lyrics By Jyoti Prasad Agarwala
Poem: Kaitiya Bonoloi Najabi (কাঁইটীয়া বনলৈ নাযাবি) Writer: Jyoti Prasad Agarwala Kaitiya Bonoloi Najabi Lyrics Kaitiya Bonoloi Najabi Lyrics:— কাঁইটীয়া বনলৈ নাযাবি নাযাবি কাঁইটে বিন্ধিব তোক দুবৰি বনতে তয়ে নুফুৰিবি ভৰিতে লাগিব জোক ৷ কেতেকীৰ আঁৰতে ফেটিৰ মূৰত জ্বলে মানুহে নোপোৱা মণি অতলৰ তলতে প্ৰবালৰ খনি ৷ তোক বিচাৰি মোৰ গান তালৈকো যাব বিপদ চুমা খাব ৷৷