Poem: Kobitare Sobi Aak (কবিতাৰে ছবি আঁক)
Writer: Jyoti Prasad Agarwala
Kobitare Sobi Aak Lyrics |
Kobitare Sobi Aak Lyrics:—
কবিতাৰে ছবি আঁক তই
কোন ভুবনৰ কবি
ছবিৰে মই কবিতা লিখোঁ
তই জানো মোৰ
লগৰীয়া হবি ?
আমি দুয়ো লগলাগি আহ,
হওঁ পৃথিৱীত
অকলশৰীয়া
আপোন মনে
দুয়ো ৰচোঁ
জীবন ধুনীয়া ৷
হওঁ পৃথিৱীত তয়ে ময়ে অকলশৰীয়া !!
Leave a Reply