Category: Kobitare Sobi Aak Lyrics
-
Kobitare Sobi Aak Lyrics By Jyoti Prasad Agarwala
Poem: Kobitare Sobi Aak (কবিতাৰে ছবি আঁক) Writer: Jyoti Prasad Agarwala Kobitare Sobi Aak Lyrics Kobitare Sobi Aak Lyrics:— কবিতাৰে ছবি আঁক তই কোন ভুবনৰ কবি ছবিৰে মই কবিতা লিখোঁ তই জানো মোৰ লগৰীয়া হবি ? আমি দুয়ো লগলাগি আহ, হওঁ পৃথিৱীত অকলশৰীয়া আপোন মনে দুয়ো ৰচোঁ জীবন ধুনীয়া ৷ হওঁ পৃথিৱীত তয়ে ময়ে অকলশৰীয়া !!