Category: বিলতে হালিছে
-
Bilote Halise Lyrics | বিলতে হালিছে | Bishnu Prasad Rabha
Song: Bilote Halise (বিলতে হালিছে) Singer: Bishnu Prasad Rabha Bilote Halise Lyrics:—– বিলতে হালিছে ধুনীয়া পদুমী ফুলনীত ফুলিছে ফুল, বিলতে হালিছে ধুনীয়া পদুমী ফুলনীত ফুলিছে ফুল, সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে বোল, সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে বোল, বিলতে হালিছে ধুনীয়া পদুমী ফুলনীত ফুলিছে ফুল….. গছৰে ডালতে গাইছে কুলিয়ে কুউ.. কুউ.. কৈ.. গছৰে…