Category: Aaguwai Bol Lyrics
-
Aaguwai Bol Lyrics By Bishnu Prasad Rabha
Song: Aaguwai Bol (আগুৱাই বল) Singer: Bishnu Prasad Rabha Aaguwai Bol Lyrics Aaguwai Bol Lyrics:– আগুৱাই বল আগুৱাই বল আগুৱাই বল সমনীয়া হালোৱাৰ দল হজুৱাৰ দল বনুৱাৰ দল অ’ ৰণুৱা । অহৰহ জ্বলে হৃদয়ৰ দুখৰে অগনি পুৰে দুখীৰ পেটত লঘোণত ভোকৰে পোৰণি ছিগি ভাগি শত যুগৰ শিকলি ৰান্ধনি ৰণ দুন্দুভি বজাই যা যা আগুৱাই আগুৱা ।।