Category: Assamese Love Song
-
Protitu Pol Lyrics By Anurag Saikia & Trion Mahanta
Song: Protitu Pol (প্ৰতিটো পল) Singer: Anurag Saikia Music/Composition/Guitar: Trion Mahanta Lyrics: Kallul Kashyap Mahanta Protitu Pol Lyrics Protitu Pol Lyrics:— তুমি ঢালি দিলাহি বুকুতে মোক অবুজ শিহৰণ পাখি মেলি উৰি গুচি আবিচাৰি হিয়াৰ সমীৰণ হেঙুলী কি ৰঙে, তোমাকে সুৱাৰালে, ৰদালীয়ে মিছিকি হাঁহে এ এ, সপোনে চোৱা কে, মুৰেনো দুচকুতে, তোমাৰে কোমল পৰশতে প্ৰতিটো পল…
-
Akash Song Lyrics By Neel Akash
Song: Akash (আকাশ) Singer: Neel Akash Akash Song Lyrics Akash Song Lyrics:— মোৰ প্ৰনয়ৰে উশাহ নৈ বুলিলে হেঁপাহ আছোঁ জানো বৈ একেদৰে ঐ আহিব খুজিছোঁ যে মই অ আকাশ *৩ হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া উলাহৰে আঁকি লোৱা জগত এখন আধাবাটতে এৰি থৈ আহি আজিও তাতে যে মগণ অ আকাশ *৩ থুপি থুপি…
-
Poroxh ( পৰশ ) Lyrics | Zunn Saharia | Assamese Love Song 2020
Song: Poroxh ( পৰশ ) Vocals/Lyrics/Composition: Zunn Saharia Poroxh ( পৰশ ) Lyrics চকুৱেনো কি কথাতি কলে নুবুজাকে মই তোমাৰে ভাষাকে এমুঠি মৰম দিবলে মনে যায় দিবানে তুমি হীয়া মোৰ উজলায় আশাবোৰ আশা হৈয়ে ৰয় নিৰাশাৰ ভাষা নুবুজিলো মই চোৱা না চোৱা না কাষলে আহা না কিদৰে আছু মই ৰৈ চিপ চিপ বৰষুণত প্ৰতিটো তোপালতে মই তোমাৰে পৰশ পোৱাৰ চেতনা কিদৰে পাহৰো মই নিলিম আকাশৰ তলত দুবাহু মেলি ৰও মই জানোছা তুমি সাবতি ধৰা শুভ্ৰ ধুলিকনা হৈ আশাবোৰ আশা হৈয়ে ৰয় নিৰাশাৰ ভাষা নুবুজিলো মই চোৱা না চোৱা না কাষলে আহা না কিদৰে আছু মই ৰৈ চোৱা না চোৱা না কাষলে আহা না কিদৰে আছু মই ৰৈ চকুৱেনো কি কথাতি কলে নুবুজাকে মই তোমাৰে ভাষাকে Poroxh ( ইউটিউৱত চাওক পৰশ গীততি )