Category: Assamese Lyrics
-
Moloyar Dupakhit Lyrics – Tanbeer Mashooq | Zubeen Garg Mashup
Song: Moloyar Dupakhit Singer: Tanbeer Mashooq Moloyar Dupakhit Lyrics Moloyar Dupakhit Lyrics:— মলয়াৰ দু-পাখিত মোৰ মনৰ বতৰা পঠিয়ালোঁ তোমালে তুমি আদৰি ল’বা পালোঁ বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ঢৌ সুৰীয়া গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ দূৰে দূৰে নৰবা মোৰ পাওঁ যেন কাষতে মোৰ তেজে তেজে তুমি মোৰ হোৱা যুৰিয়া…
-
Prohelika Lyrics By Neel Akash
Song: Prohelika Singer: Neel Akash Lyrics: Sushanta Mon Prohelika Lyrics Prohelika Lyrics:— (Music…) পলে পলে খোজে খোজে কি আলোড়ন প্ৰেমৰে প্রানে প্রানে উকা উকা মনে দোহাৰে বিচাৰি সচাঁ আহে যোৱা বিচাৰি মিছা পায় তোমাক প্ৰহেলিকা তোমাৰ মন (Music…) সুখী হৈ দিলাহি দুখতে সুখে ঢালি আঁতৰি গলাগৈ কিহৰে মায়া দি এতিয়া কি সতে সামৰো মৰম বোৰ…
-
O Ma – Gaan Eti Guwa Na Lyrics By Zubeen Garg
Song: O Ma – Gaan Eti Guwa Na Singer: Zubeen Garg O Ma – Gaan Eti Guwa Na Lyrics O Ma – Gaan Eti Guwa Na Lyrics:—- অ গান এটি… গোৱানা… অ মা…. হাত বুলাই…দিয়ানা… অ মা…. অ গান এটি গোৱানা অ মা…. হাত বুলাই…দিয়ানা অ মা…. সপোণ হেৰালে কেনিবা বিছাৰি আনি দিয়ানা মই শুৱ পৰা নাই…
-
Xundori Pomila Lyrics By Vreegu Kashyap
Song: Xundori Pomila (সুন্দৰী পমিলা) Singer: Vreegu Kashyap Xundori Pomila Lyrics Xundori Pomila Lyrics:— সুন্দৰী পমিলা তক দেখা পাই মন পগলা ৰচকী পমিলা তই হিৰইন মধুবালা সুন্দৰী পখিলা তক দেখিলে হওঁ পগলা ৰচকী পমিলা তই হিৰইন মধুবালা বহাগৰ পৰা চতলৈ তকে মৰম দি যাম বুকুৰে উজনি নামনি মই লেখি লওঁ তৰ নাম সুন্দৰী পমিলাৰ প্ৰেমতে মৰ হলেও হব বদনাম সুন্দৰী পমিলাৰ প্ৰেমতে মৰ হলেও হব বদনাম অচিন কথাৰে থু্ৰা লগাই নলবি তই বিপদ চপায় বহু দিনৰ চিনাকী মই কলিজাতে ৰস শুমাই দেহাতে তোৰ দেহা লগাই মৰমতে মৰম বৰাই সপোনৰে বাটে বাটে লগৰী হমেই সদায় বহাগৰ পৰা চতলৈ তকে মৰম দি যাম বুকুৰে উজনি নামনি মই লেখি লওঁ তৰ নাম সুন্দৰী পমিলাৰ প্ৰেমতে মৰ হলেও হব বদনাম সুন্দৰী পমিলাৰ প্ৰেমতে মৰ হলেও হব বদনাম মোৰে সচায় হবি হিনে নুশুধু তক কোনো দিনে ধৰি ললো নিজৰ বুলি উৰেতো জীৱনলে দেহা যদি থাকে ভালে কপালেও টানি নিলে সাজিম এখন আশাৰে ঘৰ দুয়োৰে বহিবলে বহাগৰ পৰা চতলৈ তকে মৰম দি যাম বুকুৰে উজনি নামনি…
-
Nila Nila Dusokut Lyrics By Zubeen Garg
Song: Nila Nila Dusokut (নীলা নীলা দুচকুত) Album: Path Singer: Zubeen Garg Nila Nila Dusokut Lyrics Nila Nila Dusokut Lyrics নীলা নীলা দুচকুত কাজল সানিলে আই ঐ দেহি মৰম লাগে আই ঐ দেহি মৰম লাগে নীলা নীলা দুচকুত কাজল সানিলে আই ঐ দেহি মৰম লাগে ভিজা ভিজা ওঠতে ৰঙা ৰঙা সানিলে আই ঐ দেহি মৰম লাগে বিজুলী সেমেকা চাওনিয়ে হৃদয় কপোৱা হাঁহিটিয়ে আই ঐ দেহি মোৰেনো মন হৰি নিলে নীলা নীলা দুচকুত কাজল সানিলে আই ঐ দেহি মৰম লাগে ভিজা ভিজা ওঠতে ৰঙা ৰঙা সানিলে আই ঐ দেহি মৰম লাগে লাজুকি লাজুকি তোমাৰ হিয়া পানচয় ঘাটৰে তুমি কাজল লতা লাহি লাহি লাহি তোমাৰ দেহা গোলাপৰ পাহিৰ দৰে ধুনীয়া যেন সৰগৰ মেনকা যেন তেজি ৰঙা পখিলা আই ঐ দেহি মৰম লাগে নীলা নীলা দুচকুত কাজল সানিলে আই ঐ দেহি মৰম লাগে ভিজা ভিজা ওঠতে ৰঙা ৰঙা সানিলে আই ঐ দেহি মৰম লাগে তোমাৰ শৰীৰৰ ভাজে ভাজে মৰমৰ চাকুখন সাজিবলে তোমাৰ কলিজাৰ তেজে তেজে…
-
Dhuniya Loratur Kinu Hol Lyrics By Gitanjali Das
Song: Dhuniya Loratur Kinu Hol (ধুনীয়া লৰাটোৰ কিনো হ’ল) Singer: Gitanjali Das Lyrics: Sunit Gogoi Music: Bijoy Sankar Dhuniya Loratur Kinu Hol Lyrics Dhuniya Loratur Kinu Hol Lyrics:— ধুনীয়া লৰাটোৰ কিনো হ’ল ধুনীয়া হাঁহিটো কেনি গ’ল পঢ়াঁত ভাল লৰাটোৰ কিনো হ’ল শুনিছোঁ পঢ়াবোৰ এনেই গ’ল ধুনীয়া লৰাটোৰ কিনো হ’ল ধুনীয়া হাঁহিটো কেনি গ’ল গধূলি গধূলি…
-
Rod Aji Keni Pau Lyrics By Zubeen Garg
Song: Rod Aji Keni Pau (ৰ’দ আজি কেনি পাওঁ) Singer: Zubeen Garg Rowd Aji Keni Pau Lyrics Rod Aji Keni Pau Lyrics:— ৰ’দ… ৰ’দ আজি কেনি পাওঁ ৰ’দ … ৰ’দ আজি কেনি চাওঁ খিৰিকি মেলি সমুখত আন্ধাৰহে পাওঁ কোঠালি এৰি বাহিৰত পথ হেৰাওঁ ৰ’দ… ৰ’দ আজি কেনি পাওঁ ৰ’দ … ৰ’দ আজি কেনি চাওঁ….. মন গ’লে মোৰ…
-
Mur Gaanote Jole Lyrics By Jyoti Prasad Agarwala
Song: Mur Gaanote Jole (মোৰ গানত জ্বলে) Singer: Jyoti Prasad Agarwala Mur Gaanote Jole Lyrics Mur Gaanote Jole Lyrics:— মোৰ গানত জ্বলে শত যুগৰ কত অভিমান মোৰ গানে বিচাৰে চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ৷ মোৰ গানত গুমৰি ভূঁইকঁপ কৰে পৃথিৱীৰ নিৰ্ব্বাণ মোৰ গানৰ জুয়ে জগত পুৰিব দুষ্কৃতি সাৱধান৷ মোৰ অস্থিৰে মই ৰচিছোঁ বজ্ৰগান৷ প্ৰালয়িকী মোৰ জাগিছে ছন্দ কৃতান্ত মূৰ্ত্তিমান…
-
Mur Gaanole Boxonto Ahe Lyrics By Jyoti Prasad Agarwala
Song: Mur Gaanole Boxonto Ahe (মোৰ গানলে’ বসন্ত আহে) Singer: Jyoti Prasad Agarwala Mur Gaanole Boxonto Ahe Lyrics Mur Gaanole Boxonto Ahe Lyrics:— মোৰ গানলে’ বসন্ত আহে পৃথিৱীৰ যত নুফুলা ফুলে মিচিক মিচিক হাঁহে মোৰ গানলৈ বসন্ত আহে৷ মোৰ গানত জাগে গন্ধ বনৰ অন্ধ নিজৰা মোৰ গানতে সুমন্দ্ৰিত নতুন দিনৰ বজ্ৰবতৰা মোৰ গানতে আন্দোলিছে সাত সাগৰৰ তেৰ…