Category: Assamese Lyrics
-
Murei Gaanor Ortho Lyrics By Jyoti Prasad Agarwala
Song: Murei Gaanor Ortho (মোৰেই গানৰ অৰ্থ) Singer: Jyoti Prasad Agarwala Murei Gaanor Ortho Lyrics Murei Gaanor Ortho Lyrics:— মোৰেই গানৰ অৰ্থ ময়েই ব্যাকুল হৈ তোক ক’বলৈ তোকে বিচাৰি যাওঁ বন বনান্ত ঘূৰি ফুৰি আহি মোকেই লগ পাওঁ৷ মোৰ কোঠালিত মোৰ সুৰৰ সতে তোৰ ধেমালি দেখি তোৰে সতে মোৰ কথা হবলে’ থাকো ৰখি ৰখি মোৰ সুৰৰ সতে…
-
Mur Ganor Xote Tur Lyrics By Jyoti Prasad Agarwala
Song: Mur Ganor Xote Tur (মোৰ গানৰ সতে তোৰ) Singer: Jyoti Prasad Agarwala Mur Ganor Xote Tur Lyrics Mur Ganor Xote Tur Lyrics:— মোৰ গানৰ সতে তোৰ সুৰৰ চিনাকি সেইহে মোৰ জীৱনত জ্বলিল জোনাকী ইমান চিনাকী হৈও তই অচিনাকী হৈ নিতৌ পুৱতি আহ চিৰ চিনাকী নিচিনিলোঁ বুলি মিচিকি মিচিকি হাঁহ চিনা নিচিনাৰ খেলা পাতিলো কতনা কালৰে পৰা…
-
Mur Ganor Xote Lyrics By Jyoti Prasad Agarwala
Song: Mur Ganor Xote (মোৰ গানৰ সতে) Singer: Jyoti Prasad Agarwala Mur Ganor Xote Lyrics Mur Ganor Xote Lyrics:— মোৰ গানৰ সতে সুৰৰ সতে যি যি ছন্দ যায় তোৰ তেজৰ সোঁতত সঞ্চাৰ জগায় তাৰ চৰণত সোণৰ জুনুকা নাই৷ তাৰ সপোনলে’ সুন্দৰ নামি ক’লেহি নতুন কথা প্ৰাণত জাগিলে সেই কথা শুনি বিশ্ব বিয়পা ব্যথা, সেই বেদনাত উন্মাদ হৈ…
-
Mure Jibonore Xokha Krishna Lyrics By Jyoti Prasad Agarwala
Song: Mure Jibonore Xokha Krishna (মোৰে জীৱনৰে সখা কৃষ্ণ) Singer: Jyoti Prasad Agarwala Mure Jibonore Xokha Krishna Lyrics Mure Jibonore Xokha Krishna Lyrics:— মোৰে জীৱনৰে সখা কৃষ্ণ তই মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ তই, বজাৱ কিসুৰে বেণু কপালত তোৰ কোন আঁকি দিলে ইন্দ্ৰধনু ? পুৱতি নিয়ৰে, সানে চৰনতে শুকুলা মুকুতাৰ বেণু অ’ তোৰ শ্যামল…
-
Mur Mon Bonote Lyrics By Jyoti Prasad Agarwala
Song: Mur Mon Bonote (মোৰ মন বনতে) Singer: Jyoti Prasad Agarwala Mur Mon Bonote Lyrics Mur Mon Bonote Lyrics:— মোৰ মন বনতে তই কি বাঁহী বজালি অ’ সুন্দৰ– সুন্দৰ সখা মোৰ চিৰসুন্দৰ ৷ নিশা চন্দ্ৰাৱলী তাতে তাৰে দীপিকাৱলী পাতি দিলি নিশাৰ এন্ধাৰ তই হাঁহিতে উজলালি আনি দিলি পুৱতীৰ অৰুণাৱলী সুৰৰে কোঠালি মোৰ ৰ’দালিৰে কৰি সোণোৱালী অন্তৰ ভৰি…
-
Jautijugiya Dhaney Lyrics By Jyoti Prasad Agarwala
Song : Jautijugiya Dhaney Singer: Jyoti Prasad Agarwala Jautijugiya Dhaney Jautijugiya Dhaney যাউতিযুগীয়া ধনে মোৰ অ’ প্ৰাণতে দিলা মোক মৰম কুমলীয়া মনত সোঁৱৰণী সুৱদীয়া বুকুত ভালে পোৱা অ’ প্ৰাণৰ ধনে যাউতিযুগীয়া ধনে মোৰ অ’। স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া কল্পনা পূৰাই দিলা মোক অ’ যাউতিযুগীয়া ধনে মোৰ অ’। ভাৱত অগণনে হুমুনিয়াহ অময়া সৌন্দৰ্য্য জীৱন উপচোৱা থবলৈকে ঠায়ে নোজোৰে…
-
Hoi Ne Nhoi Ma Lyrics By Jyoti Prasad Agarwala
Song: Hoi Ne Nhoi Ma Singer: Jyoti Prasad Agarwala Hoi Ne Nhoi Ma Hoi Ne Nhoi Ma হয়নে নহয় মা মই দেখা বোলে সপোনবোৰ ৰাতি পুৱালেই আকাশলে’ উৰি যায় আৰু বাঘে ৰাতি দেখা সপোনবোৰক বৰা-গাহৰিয়ে খায় ? হয়নে নহয় মা ! বাঘে দেখা হেনো সপোনবোৰত বহুত হৰিণা ওলায় বাঘে সিহঁতক খেদি খেদি গৈ মাটিকে কামুৰি খায় ?…
-
Halodhiya Soraye Lyrics By Jyoti Prasad Agarwala
Song: Halodhiya Soraye Singer: Jyoti Prasad Agarwala Halodhiya Soraye Lyrics Halodhiya Soraye গান গাব নেজানে কন্দাকৈ সুহুৰিয়ায়, ক’ৰবাৰ কিবা সুৰে তাৰ বুকু ভাঙিলে ফুৰোঁতে আপোনাৰ লগ হেৰুৱাই ৷ আন্ধাৰত বিচাৰ জোনাকত বিচাৰ বিচাৰ ফুলনিত মোৰ হেৰ অকলশৰীয়া লগৰী হেৰোৱা মোৰ গানেৰে সুৰেৰে মচি দিওঁ চকুলো তোৰ ৷৷
-
Himalayei Gaan Gowa Toi Lyrics By Jyoti Prasad Agarwala
Song:Himalayei Gaan Gowa Toi Singer:Jyoti Prasad Agarwala Himalayei Gaan Gowa Himalayei Gaan Gowa Toi হিমালয়ে গান গোৱা তই শুনিছনে নাই শ বছৰৰ পিছে পিছে এই ভাৰতৰ কেন্দ্ৰ প্ৰাণৰ দিয়ে শিয়ঁৰাই দেশ বিদেশত সুৰৰ লহৰ দিয়ে বিয়পায় ৷ অভ্ৰভেদী অনন্তলে’ স্থিৰ নয়নে চাই ব্যোম বিহাৰী ন বাতৰি যিটি শুনি পাই সেই গ্ৰহান্তৰৰ মন্ত্ৰৰে গাই নবীন যুগৰ…
-
Hey Janata Lyrics By Jyoti Prasad Agarwala
Song:Hey Janata Singer:Jyoti Prasad Agarwala Hey Janata Lyrics Hey Janata হে জনতা তই প্ৰথমৰ তই দ্বিতীয়ৰ তইয়েই শেষৰ শিল্পী বুলি জানো সেইহে মোৰ গানৰ ছবি তোৰ ঘৰলৈ আনো ৷ মোৰ গান শুনি তই নতুন প্ৰাণ পাৱ মোৰ সুৰৰে তোৰ বেদনাৰ গানটো উচুপি গাৱ ছন্দত মোৰ জাগে সংঘাত তাৰেই তই হানি আঘাত তোক দলি পিহি থোৱা…