Category: Assamese Lyrics
-
Majulir Ejoni Suwaliye Lyrics By Zubeen Garg
Song: Majulir Ejoni Suwaliye (মাজুলীৰ এজনী ছোৱালীয়ে) Singer: Zubeen Garg Majulir Ejoni Suwaliye Lyrics Majulir Ejoni Suwaliye Lyrics:– মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে সাবটি বহুতকে ইপাৰে সিপাৰে অ’ অ’ অ’ দৰীয়া ঘাটতে কলিজা থেকেচি লুইতৰ বুকুতে বুকুখনি মেলি ইফালে-সিফালে আনে শুনক বুলি ঐনিতম এফাঁকি গায় । মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে সাবটি বহুতকে ইপাৰে সিপাৰে … চুই…
-
Xun Rupereu Lyrics By Zubeen Garg
Song: Xun Rupereu (সোণ ৰূপেৰেও) Singer: Zubeen Garg Xun Rupereu Lyrics Xun Rupereu Lyrics:— সোণ ৰূপেৰেও জুখি চাব নোৱাৰি এইয়া অকমানি আমাৰে পৃথিৱী বতাহে বতাহে মৰম বৈ থাকে ওমলি । প্ৰতি ওঁঠৰ কথাবোৰে মুকুতাৰে মালা গাঁথে চেনেহৰে ছবি এইয়া আনে দেখি নোপোৱা, মমতাই দুহাতৰে বুলনিয়ে আনি দিয়ে চিকুণী চিকুণী সপোনে আনে বুজি নোপোৱা, ধুমুহা ঢাকি থয় মলয়া…
-
Dhire Dhire Herai Jai Lyrics By Zubeen Garg
Song: Dhire Dhire Herai Jai Singer: Zubeen Garg Dhire Dhire Herai Jai Lyrics Dhire Dhire Herai Jai Lyrics:— আবেলিৰে ৰ’দালি ধীৰে ধীৰে হেৰাই যায় আবেলিৰ ৰ’দালি ধীৰে ধীৰে হেৰাই যায় আবেলিৰ এই ৰ’দালি ধীৰে ধীৰে ধীমিকি জ্বলে শেৱালি যেন তৰালী চাব খুজিও নেদেখোঁ মই ক’তে বা আছা অ’ লগৰ তুমি ধীৰে ধীৰে হেৰাই যায় আবেলিৰ এই ৰ’দালি…
-
Xil Pai Jopiyai Lyrics By Anima Chakraborty
Song: Xil Pai Jopiyai (শিল পাই জঁপিয়াই) Singer: Anima Chakraborty Xil Pai Jopiyai Lyrics Xil Pai Jopiyai Lyrics:— শিল পাই জঁপিয়াই পাহাৰী নিজৰা (ছল পাই দলৈ বয় )–২ মন পাই মলিয়াই ছন পৰা হাঁহি চিত পাই পখিলা হয় শিল পাই জঁপিয়াই পাহাৰী নিজৰা (ছল পাই দলৈ বয় )–২ মেঘ পাই বৰষে বৰতীয়া পানী চেগ পাই কোমলে মাটি…..…
-
Kuhipat Jen Kumol Lyrics By Anima Chakraborty
Song: Kuhipat Jen Kumol (কুঁহিপাত যেন কোমল) Singer: Anima Chakraborty Lyrics: Keshab Mahanta Kuhipat Jen Kumol Lyrics Kuhipat Jen Kumol Lyrics:– (কুঁহিপাত যেন কোমল কোমল অ’ তোৰ ফুলকলি যেন হাঁহি কিনো নাম দিওঁ তোৰ অ’… ৰাংঢালী লাহী নে পাহী নে বাঁহী)←২ (থৰক বৰক খোজৰ ভৰত নাচি হেন্দোল ডোল… গিৰিপ গাৰাপ যাৱ কেনি তই গপত গংগাটোপ…)←২ তোৰে মোৰে…
-
Gane Gane Aji Kou Lyrics By Ashim Hazarika
Song: Gane Gane Aji Kou (গানে গানে আজি কওঁ) Singer: Ashim Hazarika Lyrics: Kriti Kamal Bhuyan Gane Gane Aji Kou Lyrics Gane Gane Aji Kou Lyrics:— (গানে গানে আজি কওঁ নোকোৱা মনৰ কথা সুৰে সুৰে গাই যাওঁ অচিনা জনে বেঁথা)←২ দেশে দেশে ৰিক্ত জনৰ , যুগে যুগে মূক প্ৰাণৰ দেশে দেশে ৰিক্ত জনৰ , যুগে যুগে মূক…
-
Aji Bohag Ahile Buli Lyrics By Anima Choudhury
Song: Aji Bohag Ahile Buli (আজি ব’হাগ আহিলে বুলি) Singer: Anima Choudhury Aji Bohag Ahile Buli Lyrics Aji Bohag Ahile Buli Lyrics:— [(আজি ব’হাগ আহিলে বুলি মন কিয় উঠে ফুলি)শিমলুৰ ৰঙা ফুল হৈ←২ কমোৱা তুলাৰ দৰে মনৰ সপোন বোৰে ফাগুণৰ গীত এটি হৈ আজি ব’হাগ আহিলে বুলি …]←২ (হেনো ব’হাগ উভতি ধৰে আঁচল বলীয়া ধৰে)←২ লুইতত থকা…
-
O Meghali Lyrics By Neel Akash – New Assamese Song 2020
Song: O Meghali (অ মেঘালী) Singer: Neel Akash Music Director: Ajoy Phukan Lyrics: Abhijit Bhattacharjya Music Producer: Pranoy Dutta O Meghali Lyrics O Meghali Lyrics:— অ মেঘালী অ মেঘালী সন্ধ্যা তৰাৰে ধেমালি মৰমৰে বকুচাত উমলি আছানে হিয়াৰে ফুল বুটলি অ মেঘালী অ মেঘালী গোলাপৰ ৰঙেৰে ৰাঙলী জোনাকৰ প্ৰেমেৰে বাউলি কওঁ নেকি এবাৰ তোমাক ভাল পাওঁ বুলি…
-
Bohu Rati Hol Jana Lyrics By Jitul Sonowal
Song: Bohu Rati Hol Jana (বহু ৰাতি হ’ল জানা) Singer: Jitul Sonowal Bohu Rati Hol Jana Lyrics Bohu Rati Hol Jana Lyrics:— বহু ৰাতি হ’ল জানা বহু গান আজি হ’ল গোৱা, ৰাতি পুৱাবলে অলপ সময় জানা নে নাজানা । মোৰ বাবে চকুলো নুটুকিবা যোৱাৰ পৰত ক’লো শোণিতেৰে বুকুত নাম লিখি আজি দূৰণিলে ওলালোঁ, অকলশৰে । অ’ মোৰে…