Category: Assamese Lyrics

  • Dukhor Ratitu Jen Lyrics By Jitul Sonowal

    Song: Dukhor Ratitu Jen (Jitul Sonowal) Singer: Jitul Sonowal Dukhor Ratitu Jen Lyrics Dukhor Ratitu Jen Lyrics:— দুখৰ ৰাতিটো যেন নোযোৱা নোপোৱা দেহা মোৰ ভাগৰুৱা দেহা মোৰ ভাগৰুৱা জোন গ’লা গধূলিতে ক্ষণ হ’ল আধৰুৱা … দুখৰ ৰাতিটো যেন নোযোৱা নোপোৱা দেহা মোৰ ভাগৰুৱা দেহা মোৰ ভাগৰুৱা । বুকুৱে দি বৈ থকা তোমাৰ মৰম নদী এতিয়া তৃষা নদী…

  • Porbotor Dhek Dhekia Lyrics By Zubeen Garg – Junbai

    Song: Porbotor Dhek Dhekia (পৰবতৰ ঢেকঢেকীয়া) Singer: Zubeen Garg Album: Junbai Porbotor Dhek Dhekia Lyrics Porbotor Dhek Dhekia Lyrics:– পৰবতৰ ঢেকঢেকীয়া লিহিৰিপতীয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰত তোৰে লাহি কঁকাল দুচেও তিনি চেও কৈ ভাগে তোৰ দৰে নাচনী দেখি চিৰি কৃষ্ণই বাঁহী বজাইছিলে চাগে’ মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে’ । পৰবতৰ ঢেকঢেকীয়া লিহিৰিপতীয়া বতাহত যেনেকৈ হালে ঢোলৰে…

  • Mur Akakhot Tumiye Tora Lyrics

    Song: Mur Akakhot Tumiye Tora (মোৰ আকাশত তুমিয়ে তৰা) Mur Akakhot Tumiye Tora Lyrics  Mur Akakhot Tumiye Tora Lyrics:— মোৰ আকাশত তুমিয়ে তৰা চিক্-মিক্ আপোন পাহৰা তোমাৰ সুপ্ত মনৰ ভাষা মুক্ত কৰাৰ আকুল আশা । যোগতৰা তুমি আকাশী পথৰ নিজকে বিচাৰি নোপোৱা দিনৰ । ৰাতিৰ নিজম পৰত দেখা শুকতৰা মোৰ ৰূপৰ ৰেখা জীৱনী মাধুৰী বিলাই…

  • Bande Mataram Lyrics By Lata Mangeshkar

    Song: Bande Mataram (বন্দে মাতৰম্) Singer: Lata Mangeshkar Bande Mataram Lyrics  Bande Mataram Lyrics:— বন্দে মাতৰম্ ৷ সুজলাং সুফলাং মলয়জশীতলাম্ শস্যশ্যামলাং মাতৰম্ ৷ বন্দে মাতৰম্ ৷৷ শুভ্র-জ্যোৎস্না পুলকিত-যামিনীম্ ফুল্লকুসুমিত দ্রুমদলশোভিনীম্, সুহাসিনীং সুমধুৰভাষিণীম্ সুখদাং বৰদাং মাতৰম্ ৷ বন্দে মাতৰম্ ৷৷

  • Aji Jibon Butolibo Lyrics By Bhupen Hazarika

    Song: Aji Jibon Butolibo (আজি জীৱন বুটলিবি) Singer: Bhupen Hazarika Aji Jibon Butolibo Lyrics Aji Jibon Butolibo Lyrics:— আজি জীৱন বুটলিবি, হাঁহি হাঁহি আহ্‌ আজি মৰণ পাহৰিবি, হাঁহি হাঁহি আহ্‌ বাঁহীটি লৈ আহ্‌, আৰু হাঁহিটি লৈ আহ্‌ আজি যুগৰ নতুন দিগন্তলৈ, ওলাই ওলাই আহ্‌ । মনৰ চৰাইটিক আৰু কিমান বান্ধিবি কালৰ এলান্ধু চাই কিমান কান্দিবি আজি বন্ধ…

  • Susuk Samakkoi Lyrics By Bhupen Hazarika

    Song: Susuk Samakkoi (চুচক চামাককৈ) Singer: Bhupen Hazarika Susuk Samakkoi Lyrics Susuk Samakkoi Lyrics:— অ’ ককাইটি অ’ – কি হ’ল (কথাঃ কি হ’ল অ’) চুচক চামাককৈ দীপালীজনীয়ে কিয় মোৰ পিনে ৰ’ লাগি চায় ভাইটি তই বুজিকে পোৱাহে নাই ভাইটি তাই বোধহয় তোকেই ভাল পায় । সৌ কৰৱীজনীয়ে কিয় মৰমী চাৱনিৰে খিড়িকীমুখত থিয় হয়? ভাইটি এইয়া প্ৰথম প্ৰেমৰে…

  • Madhu Daanava Daron Lyrics By Zublee Baruah

    Song: Madhu Daanava Daron (মধু দানৱ দাৰণ) Singer: Zublee Baruah Madhu Daanava Daron Lyrics Madhu Daanava Daron Lyrics:— মধু দানৱ দাৰণ দেৱ বৰং বৰ ৱাৰিজ লোচন চক্ৰ ধৰম । ধুম ধুম দবা বাজে ঐ আহা সবে মিলি গাওঁ নাম ধৰ্ম ধুম ধুম দবা বাজে ঐ ধৰা হাতে হাতে কি জাতি বৰ্ণ হম্ হম্ বুকু কঁপে ঐ মহা…

  • Ei Kopalot Tuli Loli Lyrics By Dipen Baruah

    Song: Ei Kopalot Tuli Loli (এই কপালত তুলি ললি) Singer: Dipen Baruah Ei Kopalot Tuli Loli Lyrics Ei Kopalot Tuli Loli Lyrics:– এই কপালত তুলি ললি আইৰ পাৱৰ ধূলি এই কপালত তুলি ললি আইৰ পাৱৰ ধূলি অ’… নিঠৰুৱা এই বাটে তই ওলালি কলৈ বুলি? এই কপালত তুলি ললি আইৰ পাৱৰ ধূলি … এই সমাজৰ ৰঙীন সাজৰ মাজত…

  • Ji Mororm Xasisilu Lyrics Jitul Sonowal

    Song: Ji Mororm Xasisilu (যি মৰম সাঁচিছিলোঁ) Singer: Jitul Sonowal Ji Mororm Xasisilu Lyrics Ji Mororm Xasisilu Lyrics:— যি মৰম সাঁচিছিলোঁ মনতে তুমি আহি লৈ গ’লা অজানিতে মনে মনে যি সপোন ৰঁচিছিলোঁ গোপনে তুমি আহি সানি দিলা তাতে ৰং দিঠকৰে অজানিতে মনে মনে অজানিতে মনে মনে । লাজ সনা তোমাৰ মিঠা চাৱনিয়ে তৰা জোন আঁকি দিলে, উকা…

  • Mur Barit Fulile Lyrics By Jyoti Prasad Agarwala

    Song: Mur Barit Fulile (মোৰ বাৰীত ফুলিলে) Singer: Jyoti Prasad Agarwala Mur Barit Fulile Lyrics Mur Barit Fulile Lyrics:— মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিত মালতী তোৰ বাৰীত পৰিলে ছাঁ তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলী বা । বাউলী বাৰে আউলী চুলি কাৰ কথা কৈয়ে মাত কূ-উ বুলি? ৰূপহ কলীয়া কুলী ।।