Category: Assamese Lyrics
-
Ei Luit Kaberi Lyrics By Hemen Hazarika
Song: Ei Luit Kaberi (এই লুইত কাবেৰী) Singer: Hemen Hazarika Ei Luit Kaberi Lyrics Ei Luit Kaberi Lyrics:— এই লুইত কাবেৰী সিন্ধু গংগা বৈ যায় যায় বৈ তাৰ লহৰে লহৰে, চহৰে নগৰে কৈ যায় যায় কৈ । মই মিলি যাম এই দেশৰ ধূলিত মিলি যাম মই সাৰুৱা মাটিত মিলি যাম এই পাহাৰে ভৈয়ামে সেউজী সেউজী সেউজী হৈ…
-
Bohagote Ahibi Senai Lyrics By Queen Das
Song: Bohagote Ahibi Senai (ব’হাগতে আহিবি চেনাই) Singer: Queen Das Bohagote Ahibi Senai Lyrics Bohagote Ahibi Senai Lyrics:– ব’হাগতে আহিবি চেনাই ঐ খোপাতে এপাহি কপৌফুল দিবলৈ ব’হাগতে পখিলা উৰিলে তই জানো নাহিবি মৰম দিবলৈ ব’হাগতে এ … তোৰে মোৰে মাজত আছে, সমাজৰে নৈ সাতুৰি পাৰ হ’ম, তোকে পাবলৈ তই জানো নাহিবি সমাজৰ ভয়তে তই জানো নাহিবি সমাজৰ…
-
Sandhya Jetiya Lyrics By Satis Das
Song: Sandhya Jetiya Lyrics By Satis Das (সন্ধ্যা যেতিয়া) Singer: Satis Das Sandhya Jetiya Lyrics Sandhya Jetiya Lyrics:– সন্ধ্যা যেতিয়া তুলসীৰ তল এগচি চাকিয়ে পোহৰ কৰে সাহৰ শিখাৰে জীৱন জ্বলোৱা শত জোৱানলে’ মনত পৰে । দেশৰ মাটিকে বুলিলে স্বৰ্গ জীৱন জবাৰে যাচিলে অৰ্ঘ সেই জোৱানৰ জন্মদাত্ৰী পূণ্য ভাৰতবৰ্ষ । আকাশে বতাহে দেশৰ মাটিৰ গৌৰৱ ৰেণু যেতিয়া উৰে…
-
O Maijaan Tuke Dekha Pai Lyrics By Ridip Dutta
Song: O Maijaan Tuke Dekha Pai (অ’ মাইজান তোকে দেখা পাই) Singer: Ridip Dutta O Maijaan Tuke Dekha Pai Lyrics O Maijaan Tuke Dekha Pai Lyrics:– অ’ মাইজান তোকে দেখা পাই অ’ মাইজান ৰাতি টোপনি নাই মাইজান মোৰ বুকু চমেচমাই … অ’ মাইজান এয়া ব’হাগত অ’ মাইজান মন উৰা বতৰ মাইজান মোৰ মন তোৰ কাষলৈ উৰি যায়…
-
Pawe Pori Hori Lyrics By Zubeen Garg
Song: Pawe Pori Hori (পাৱে পৰি হৰি) Singer: Zubeen Garg Pawe Pori Hori Lyrics Pawe Pori Hori Lyrics:— ধ্ৰুং ।। পাৱে পৰি হৰি কৰোহোঁ কাতৰি প্ৰাণ ৰাখবি মোৰ । বিষয় বিষধৰ বিষে জৰজৰ জীৱন নাৰহে থোৰ ।। পদ ।। অথিৰ ধনজন জীৱন যৌৱন অথিৰ এহু সংসাৰ । পুত্ৰ পৰিৱাৰ সবহি অসাৰ কৰবো কাহেৰি সাৰ ।। কমল দল…
-
Kuli Ketekiye Lyrics By Ridip Dutta
Song: Kuli Ketekiye (কুলি কেতেকীয়ে) Singer: Ridip Dutta Kuli Ketekiye Lyrics Kuli Ketekiye Lyrics:— কুলি কেতেকীয়ে ইনালে বিনালে মৰমী বিহুটিৰ কথাকে ক’লে । কুলি কেতেকীয়ে ইনালে বিনালে মৰমী বিহুটিৰ কথাকে ক’লে । মোৰ মন আকৌ, হ’ল থৌকি বাথৌ । মোৰ মন আকৌ, হ’ল থৌকি বাথৌ । বিহু মাৰিবলৈ । এ কুলি কেতেকীয়ে ইনালে বিনালে মৰমী বিহুটিৰ কথাকে…
-
O Horu Bhoniti Lyrics By Ridip Dutta
Song: O Horu Bhoniti (অ’ সৰু ভনীটি) Singer: Ridip Dutta O Horu Bhoniti Lyrics O Horu Bhoniti Lyrics:— অ’ সৰু ভনীটি, মূগা-ৰিহা পিন্ধিলি লাহটি খোপাতে কপৌফুল গুজিলি দেখি মৰম লাগি যায়, হাই দেখি মৰম লাগি যায় মনৰে চাপৰিত কহুঁৱা ফুলিছে, বৰ পথাৰতে ঐ পেঁপাটি বাজিছে, লিহিৰি গগঁনাই তোকে ঐ ৰিঙিয়াই লিহিৰি গগঁনাই মোকে ঐ ৰিঙিয়াই চেনাই ধন…
-
Prithibi Khon Aji Lyrics By Nirmal Prabha Bordoloi
Song: Prithibi Khon Aji (পৃথিৱীখন আজি) Singer: Nirmal Prabha Bordoloi Prithibi Khon Aji Lyrics Prithibi Khon Aji Lyrics:— পৃথিৱীখন আজি হ’লহেঁতেন যদি এখনি বিহুৰ তলি তাণ্ডৱ নৃত্যহে নাচিলোহেঁতেন বহাগৰ বিহু বুলি মেঘৰে ঢোল বজালোহেঁতেন বতাহক তাল কৰি শোষণৰ পৃথিৱী লুটিলোহেঁতেন ভৰিৰে উজুটি মাৰি মেহনতি মানুহক বিহুতলি লাগে বিয়াগোম নাচনী চুলি বিশ্বজোৰা নাচোন নাচিব পুৰণি পৃথিৱী কালি বিহু…
-
Akou Rati Puwal Lyrics By Tarali Sarma
Song: Akou Rati Puwal (আকৌ ৰাতি পুৱাল) Singer: Tarali Sarma Akou Rati Puwal Lyrics Akou Rati Puwal Lyrics:— আকৌ ৰাতি পুৱাল মনৰ ডাৱৰবোৰ সূৰুযে নুগুচাই কিয় সূৰুযে নুগুচাই? আকৌ ৰাতি পুৱাল মনৰ ডাৱৰবোৰ সূৰুযে নুগুচাই কিয় সূৰুযে নুগুচাই? অভিমান মনৰ কোনে বুজি পায় আবেগৰ যেন কোনে মূল্য নাই অভিমান মনৰ কোনে বুজি পায় আবেগৰ যেন কোনে মূল্য…
-
Kaar Nu Bin Baje Lyrics By Bishnu Prasad Rabha
Song: Kaar Nu Bin Baje (কাৰ নো বীণ বাজে) Singer: Bishnu Prasad Rabha Kaar Nu Bin Baje Lyrics Kaar Nu Bin Baje Lyrics:— কাৰ নো বীণ বাজে ওৰে দিন বাজে গুণ গুণ গুণ গুণ গুণ গুণ কাৰ নো বীণ … বীণ বৰাগীৰ নূপুৰ বাজে ৰুণ জুণ জুণ জুণ জুণ জুণ কাৰ নো বীণ … তালে তালে হালে…