Category: ASSAMESE SONG LIST

  • Nuwari Nuwari (নোৱাৰি নোৱাৰি) Lyrics In Assamese | Tarun Tanmoy & Deeplina Deka

    SONG: Nuwari Nuwari (নোৱাৰি নোৱাৰি) SINGER: Tarun Tanmoy & Deeplina Deka  Nuwari Nuwari (নোৱাৰি নোৱাৰি) Lyrics In Assamese:— নোৱাৰি নোৱাৰি থাকিব নোৱাৰি পাহৰি পাহৰি তোমাকে পাহৰি কি মৰম দিলা মোক কলিজা উজাৰি আৱৰি আৱৰি ধৰিছে আৱৰি বিয়পি বিয়পি পৰিছে বিয়পি সাতুৰি ধৰিছো ভাৱনত ওপঙি অ…. ইকাতি সিকাতি বাগৰে ৰাতি শিতানৰ গাৰুৰে কথাকে পাতি টোপনিৰ সলনি চকুতে তুমি এপলো নোহোৱা দূৰণি অ…..নোৱাৰি নোৱাৰি থাকিব নোৱাৰি আৱৰি আৱৰি ধৰিছে আৱৰি ওপচি পৰিছো মৰমতে আজি অ…. কিনো পালে তোমাতে মোৰ দুচকুৱে নোৱাৰা হ’ল থাকিবলৈ নেদেখাকে কিনো আছে নাজানো মই মৰমতে এই হাঁহো এই কান্দো আৱেগতে ইকাতি সিকাতি বাগৰে ৰাতি শিতানৰ গাৰুৰে কথাকে পাতি টোপনিৰ সলনি চকুতে তুমি এপলো নোহোৱা দূৰণি নোৱাৰি নোৱাৰি থাকিব নোৱাৰি আৱৰি আৱৰি ধৰিছে আৱৰি ওপচি পৰিছো মৰমতে আজি কিযে হ’ব ভয়ে লাগে ভাবিবলে কেনেবাকৈ তুমি মই আমি নহ’লে কান্দিবও নোৱাৰিম মই তেনেহলে নিচুকাব কোনে মোক তুমি নহ’লে ইকাতি সিকাতি বাগৰে ৰাতি শিতানৰ গাৰুৰে কথাকে পাতি টোপনিৰ সলনি চকুতে তুমি এপলো নোহোৱা দূৰণি নোৱাৰি নোৱাৰি থাকিব নোৱাৰি পাহৰি পাহৰি তোমাকে পাহৰি কি মৰম দিলা মোক কলিজা উজাৰি

  • Tumi Moi Edin (তুমি মই এদিন) By Zubeen Garg & Nirmali Das | Assamese Lyrics

    SONG: Tumi Moi Edin (তুমি মই এদিন) SINGER: Zubeen Garg & Nirmali Das Tumi Moi Edin (তুমি মই এদিন) Assamese Lyrics:— তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… জোনে পোহৰ দিব, তৰায়ো হাঁহিব, জোনাকেও গাব গান, তাৰে মাজে মাজে, তোমাৰ মোৰ মাজতে, থাকিব মৰমৰে তান……. থাকিব মৰমৰে তান……. সচাঁকৈ…. এদিন আমি ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে সুৰ থাকিব, তাতে হাঁহি থাকিব, তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব…….. তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব…….. দুৱৰি নিয়ৰে, কিনো কথা পাতে, তাকে শুনিম আমি ৰৈ, সুখৰ দলিচাতে, জিৰাম আমি দুয়ো, উৰে জীৱনলে ঐ……. উৰে জীৱনলে ঐ……. তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে প্ৰেম থাকিব, তাতে হৃদয় থাকিব, তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……. তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……. তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে,…

  • POKHILA (পখিলা) NEW ASSAMESE SONG LYRICS | BY NEEL AKASH | BIHUWAN 2019

    SONG: POKHILA (পখিলা) SINGER: NEEL AKASH ALBUM: BIHUWAN 2019 POKHILA (পখিলা) NEW ASSAMESE SONG LYRICS :— পখিলাই ভালে পাই এ….জানৈ ফুলৰ মৌ চুৰে কৰি ফুলে ফুলে বাগৰি তই চেনি ভালে পাৱ এ….জানৈ ধুনীয়া ডেকা ল’ৰাৰ মৰমতে উমলি জাননে নাজান’ তই বুঢ়া লোকে কথাতে কৈ জাননে নাজান’ তই বুঢ়া লোকে কথাতে কৈ সচাঁকৈ….. ৯৮ পাপে জৰ ৯৯ পাপে খৰ ১০০ পাপে চুলেগৈ জানি ল’বি, শুনি ল’বি মাৰিবি কেনে তই লৰ অ চালিজাৰি নিজৰ বুলি মোকে তই ধৰ অ চালিজাৰি নিজৰ বুলি মোকে তই ধৰ ভাবিলে যান্ত্রনা  হায় ঐ নুগুছে যান্ত্রনা হায়  ঐ নুগুছে কল্পনা হায় ঐ মোৰে কলিজা ক’লা পৰি যায় তোকে যি বাছিলোং হায় ঐ আনলে নাচালোং হায় ঐ….. পাপে কিজানিবা ধৰেহি দায় জাননে নাজান’ তই বুঢ়া লোকে কথাতে কৈ…