Category: Nirmali Das

  • Najitora Biya Patu Song Lyrics

    Album: Najitora 2019 Song: Biya Patu Biya Patu Singer: Zubeen Garg & Nirmali Das Artist: Utpal Das & Junjun Lyrics: Ajoy Phukan Music Director: Ajoy Phukan Najitora Biya Patu Lyrics নাহৰে  বহাগ আনিলে সপোনে  পাহি  মেলিচে যৌবনে  বাগৰ সলালে কলিজাত চেনেহ  বাঢ়িছে জুৰীয়া গগনা , হিয়াতে বাজিছে  ফুলাম  বহাগে  দেহা মন  জোকালে সোনমইনা  সোনমইনা  সোনমইনা বিয়া পাতুং বিয়া পাতুং লাগিছে  মোৰ সোনমইনা  বিয়া  পাতুং বিয়া  পাতুং  লাগিছে মোৰ…

  • Ei Purnimar Rati Lyrics By Nirmali Das

    Song: Ei Purnimar Rati (এই পূৰ্ণিমাৰ ৰাতি) Singer: Nirmali Das Ei Purnimar Rati Lyrics Ei Purnimar Rati Lyrics:— এই পূৰ্ণিমাৰ ৰাতি, এই পাহাৰৰ দাঁতি আমি ডেকা গাভৰুৱে নাচো জুম পাতি এই পূৰ্ণিমাৰ ৰাতি, এই পাহাৰৰ দাঁতি এই পূৰ্ণিমাৰ ৰাতি … এই পূৰ্ণিমাৰ ৰাতি, এই পাহাৰৰ দাঁতি আমি ডেকা গাভৰুৱে নাচো জুম পাতি এই পূৰ্ণিমাৰ ৰাতি, এই পাহাৰৰ…

  • Tumi Moi Edin (তুমি মই এদিন) By Zubeen Garg & Nirmali Das | Assamese Lyrics

    SONG: Tumi Moi Edin (তুমি মই এদিন) SINGER: Zubeen Garg & Nirmali Das Tumi Moi Edin (তুমি মই এদিন) Assamese Lyrics:— তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… জোনে পোহৰ দিব, তৰায়ো হাঁহিব, জোনাকেও গাব গান, তাৰে মাজে মাজে, তোমাৰ মোৰ মাজতে, থাকিব মৰমৰে তান……. থাকিব মৰমৰে তান……. সচাঁকৈ…. এদিন আমি ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে সুৰ থাকিব, তাতে হাঁহি থাকিব, তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব…….. তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব…….. দুৱৰি নিয়ৰে, কিনো কথা পাতে, তাকে শুনিম আমি ৰৈ, সুখৰ দলিচাতে, জিৰাম আমি দুয়ো, উৰে জীৱনলে ঐ……. উৰে জীৱনলে ঐ……. তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে প্ৰেম থাকিব, তাতে হৃদয় থাকিব, তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……. তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……. তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে,…