Category: Assamese Song
-
Jodi Kahaniba Xurbur Lyrics | Jitu Sarma
Song: Jodi Kahaniba Xurbur (যদি কাহানিবা সুৰবোৰ) Singer: Jitu Sarma Jodi Kahaniba Xurbur Lyrics Jodi Kahaniba Xurbur Lyrics:— যদি কাহানিবা সুৰবোৰ শেষ হয় এই সৃষ্টিৰদুপৰ বেলা হে সুৰকাৰ কিহেৰে সজাবা পৃথিৱীৰ সুৰৰ মেলা যদি মই প্ৰশ্ন কৰোঁ যদি মই প্ৰশ্ন কৰোঁ…. যদি মই প্ৰশ্ন কৰোঁ যদি কেতয়াবা ভাষাবোৰ শেষ হয়। নাঁও মেলোতেই ভাব সাগৰত হে কবা তুমি…
-
Amare Moina Lyrics | Bhupen Hazarika
Song: Amare Moina (আমাৰে মইনা) Singer: Bhupen Hazarika Amare Moina Lyrics Amare Moina Lyrics:— আমাৰে মইনা শুইছে বাৰীতে বগৰী ৰুইছে বাৰীৰে বগৰী পকি সৰা নাই তৰু-তৃণ ধুমুহাই ভাঙিছে।। নেলাগে মোক সোণৰ চপৰা লুভীয়াই নিব তাক হৰি দুখীয়াক যি ফেৰা কৰিলাঁ কৰুণা তাকে যেন নিনিয়া কাঢ়ি।।
-
Agoli Bahore Lyrics | Bhupen Hazarika
Song: Agoli Bahore (আগলি বাঁহৰে) Singer: Bhupen Hazarika Agoli Bahore Lyrics Agoli Bahore Lyrics:— আগলি বাঁহৰে, লাহৰী গগনা বাজি উঠিল কিয়? আগলি কলৰে, এখিলানো পাত কঁপি উঠিল কিয়? মুকুতিৰ উৰুলি শুনি। অহঙ্কাৰী ৰজাৰ নগৰী কংকাল হʼল কিয়? বন্দীশালৰ শিকলিবোৰ ছিগি পৰিল কিয়? মুকুতিৰ উৰুলি শুনি। ৰাজকাৰেঙৰ ৰঙা চকু নেওচি আহিল কোণ? ডেকা বৰুৱাহে এইজন, মোৰেই কেঁচা সোণ…
-
Agnire Moi Khela Lyrics | Jyoti Prasad Agarwala
Song: Agnire Moi Khela (অগ্নিৰে মই খেলা) Singer: Jyoti Prasad Agarwala Agnire Moi Khela Lyrics Agnire Moi Khela Lyrics:— অগ্নিৰে মই খেলা খেলিছোঁ মোৰ অগ্নিৰে ধেমালি মোৰ অগ্নিৰে ধেমালি কোনো যদি নাহে নালাগে আহিব, মোৰ অকলশৰীয়া জীৱন উঠিব দীপালী হৈ জ্বলি মোৰ অগ্নিৰে ধেমালি মোৰ তেজৰ এটি দীপেই আই তোক কৰিব সোণালী মোৰ অগ্নিৰে ধেমালি ৷
-
Aji Ki Anando Lyrics | Bhupen Hazarika
Song: Aji Ki Anando (আজি কি আনন্দ) Singer: Bhupen Hazarika Aji Ki Anando Lyrics Aji Ki Anando Lyrics:— আজি কি আনন্দ পেখোঁ বিশ্বৰ ছন্দত পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হেʼ। ওঠৰশ ছয়ানব্বৈত হেʼ লক্ষীকান্তৰ গৃহত পূজা পাতি হৰিশ্চন্দ্ৰ কৰে অভিনীত হেʼ। আজি কি আনন্দ পেখোঁ বিশ্বৰে ছন্দত পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হেʼ। ঊনৈশ শ…
-
Jhak Jhak Rail Lyrics | Bhupen Hazarika
Song: Jhak Jhak Rail (ঝক্ ঝক্ ৰেল) Singer: Bhupen Hazarika Jhak Jhak Rail Lyrics Jhak Jhak Rail Lyrics:— ঝক্ ঝক্ ৰেল চলে মোৰ ৰেল চলে মোৰ ৰেল চলে সাম্য ৰিঙিয়ায় শান্তি উকিয়াই ৰেল চলে।। ফায়াৰমেন্ মই দপ দপ অগনিৰ তেজ ৰঙা বৰণৰ কয়লাৰ পাত্ৰ হাতেৰে খামুচি ধৰি বয়লাৰ দুগুণে জ্বলাওঁ দেহা মোৰ জ্বলে জ্বলে।। ছিগনেলমেন মই কʼলা…
-
Ajoli Hiyar Maje Lyrics | Bishnu Prasad Rabha
Song: Ajoli Hiyar Maje (আজলি হিয়াৰ মাজে) Singer: Bishnu Prasad Rabha Ajoli Hiyar Maje Lyrics Ajoli Hiyar Maje Lyrics:— আজলি হিয়াৰ মাজে বিজুলী বান মাৰে আজলি হিয়াৰ মাজে বিজুলী বান মাৰে উজলাই হিয়াৰ মণি উজলাই হিয়াৰ মণি কাজলী চকুৰ ঠাৰে তাইৰ কাজলী চকুৰ ঠাৰে বিজুলী বাণ মাৰে আজলি হিয়াৰ মাজে বিজুলী বান মাৰে আজলি হিয়াৰ মাজে বিজুলী…
-
Niyore Tupe Tupe Lyrics | Zubeen Garg
Song: Niyore Tupe Tupe (নিয়ৰে …….টুপে টুপে) Singer: Zubeen Garg Album: Mukha Assamese Song – Niyore Tupe Tupe Lyrics Assamese Song – Niyore Tupe Tupe Lyrics:— নিয়ৰে ……. টুপে টুপে মাথো সৰে খিৰিকীৰে …. টুপে টুপে মাথো সৰে খিৰিকীৰে সিসিপাৰে নিয়ৰে…পাৰে প্ৰতিটো কণা যেন সৰি সৰি পৰা মোৰ ক্ষণ নিয়ৰে…….. টুপে টুপে মাথো সৰে খিৰিকীৰে সিপাৰে মৌনতা কোলাহল …
-
Val Nalage Jana Lyrics | Shiva
Song: Val Nalage Jana (ভাল নালাগে জানা) Singer: Shiva Val Nalage Jana Lyrics Val Nalage Jana Lyrics:— ভাল নালাগে জানা তুমি নামাতিলে ,ভাল নালাগে জানা তুমি নাহাঁহিলে , বুকুতো নুফুলে ফুল ৰঙা কলিজাৰে ফুল বুকুতো নুফুলে ফুল ৰঙা কলিজাৰে ফুল , যদি তুমি নিদিয়া মিঠা মৰমৰে বোল, ভাল নালাগে জানা তুমি নামাতিলে, ভাল নালাগে জানা তুমি নাহাঁহিলে…
-
Kun Tumi (কোন তুমি) Assamese Song – Lyrics | Zubeen Garg
SONG: Kun Tumi (কোন তুমি)SINGER: Zubeen Garg Kun Tumi (কোন তুমি) Assamese Song – Lyrics:– Let me hold your hand Let me feel your soul Give me a chance To turn your life around Let me hold your hand Let me feel your soul Give me a chance To turn your life around Life around……. কোন তুমি…….…