Category: Bajaj Scooter

  • Bajaj Scooter (বাজাজ স্কুটাৰ) | Lyrics In Assamese | MAIJAAN Vol4 | RAKESH REEYAN

    Song: BAJAJ SCOOTER (বাজাজ স্কুটাৰ) Singer: RAKESH REEYAN Album: MAIJAAN Vol4 Bajaj Scooter (বাজাজ স্কুটাৰ)  Lyrics In Assamese :— Bajaj Scooter চলাই যাম মইনা ঐ তোৰে নো ঐ ঘৰলৈ Indicator জলাই যাম মইনা ঐ তইয়ে চিনি পাবলৈ চিকিমিকি গধূলিত একা-বেঁকা বাটেদি হঠাতে গৈ উলামগৈ তোৰেনো ঐ পদূলিত ঐ মনৰ কথা খুলি কম মইনা ঐ মইনা ঐ দিবিনে ঐ সহাঁৰি দিবিনে ঐ সহাঁৰি তই ৰাতি বাৰ বজাত এ মইনা মনে মনে উলামগৈ এ মইনা তোৰেনো ঐ কোঠালিত কাষতে বহি লৈ এ মইনা চুমা আঁকিম কঁপালত এ মইনা মৰমো দিম উজাৰি প্ৰেমৰে বোঁৱতি নৈ বুকুতে মোৰ বোৱালি সচাঁ মৰম ভালপোৱা জুখি চাব নোৱাৰি কিনো মোহে মোহিলি কিনো মোহে মোহিলি ঐ কিনো মোহে মোহিলি মইনা ঐ মইনা ঐ তোৰে প্ৰেমত পগলা তোৰে প্ৰেমত বলিয়া হলো ঐ তিনিআলিৰ মূৰতে এ মইনা থাকিম ৰৈ তোলৈকে এ মইনা আহিবি দেই অকলে ৰাকেশ ৰাকেশ বুলি এ মইনা জোকাব সমনীয়াই এ মইনা তোৰে আহি কাষলে তোল পৰা তোৰ হাঁহিটিত জিলিকে তোৰ গাল দুখনি খুপি খুপি খোজতে সৰি পৰে শেৱালি কিনো মোহে মোহিলি কিনো মোহে মোহিলি ঐ কিনো মোহে মোহিলি মইনা ঐ মইনা ঐ তোৰে প্ৰেমত পগলা তোৰে প্ৰেমত বলিয়া হলো চলাই যাম মইনা ঐ তোৰে নো ঐ ঘৰলৈ জলাই যাম মইনা ঐ তইয়ে চিনি পাবলৈ চিকিমিকি গধূলিত একা-বেঁকা বাটেদি…